• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাঁৱত ড্ৰাগছসহ আটক এহাল দম্পত্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
April 26, 2022
in ক্ৰাইম, News, অসম, সংবাদ
1 min read
0
নগাঁৱত ড্ৰাগছসহ আটক এহাল দম্পত্তি
Share on FacebookShare on Twitter

নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তেই নগাঁৱৰ বিভিন্ন প্ৰান্তত অতি কৌশলেৰে একাংশই চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা ৷ আনকি নগাঁৱত এতিয়া বহু মহিলাও জড়িত হৈ পৰিছে ড্ৰাগছৰ ব্যৱসায়ত ৷

সোমবাৰে নিশা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফ আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত জালত পৰে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত এনে এটা দম্পতী ৷

প্ৰাপ্ত তথ্য অনুসৰি,জামাল উদ্দিন আৰু পত্নী জ্যোৎস্নাৰা বেগমে মিলি ড্ৰাগছৰ বেহাত জড়িত হৈ যুৱ প্ৰজন্মৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ স্বামীয়ে ক্ৰয় কৰি অনা ড্ৰাগছ ঘৰৰ পৰাই অতি কৌশলেৰে বিক্ৰী কৰি আহিছে পত্নী জ্যোৎস্নাৰা বেগমে ৷
নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফৰ ৩৪ নং বেটালিয়ন আৰু নগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কাতিমাৰীৰ জামাল উদ্দিনৰ বাসগৃহত ৷ অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই বেহাত জড়িত জামাল উদ্দিন আৰু পত্নীক হাতে-লোটে আটককৰিবলৈ সক্ষম হয় ৷ ধৃত দম্পতীটোৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷

Previous Post

ভুৱা বাতৰি প্ৰচাৰৰ বাবেই ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে

Next Post

চেন্নাইত সন্ধান ওলাইছে জি এম তি এইচৰ পৰা অপহৃত শিশু

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চেন্নাইত সন্ধান ওলাইছে  জি এম তি এইচৰ পৰা অপহৃত শিশু

চেন্নাইত সন্ধান ওলাইছে জি এম তি এইচৰ পৰা অপহৃত শিশু

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কিমান টকাৰ প্ৰলোভনত আলফালৈ সোঁত বৈছে অসমীয়া যুৱকৰ? কি কলে সঞ্জীৱে?

কিমান টকাৰ প্ৰলোভনত আলফালৈ সোঁত বৈছে অসমীয়া যুৱকৰ? কি কলে সঞ্জীৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8