• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আলফালৈ কাপুৰুষ সকলহে গৈছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!
Share on FacebookShare on Twitter
“আলফালৈ এতিয়া যিসকল যুৱক-যুৱতী গৈ আছে তেওঁলোক প্ৰকৃততে কাপুৰুষ, পৰিয়াল চলাব নোৱাৰি আলফালৈ যায় তেওঁলোকে”- নিষিদ্ধ ঘোষিত সংগঠন আলফালৈ শেহতীয়াকৈ যোৱা ৰাজ্যৰ যুৱক-যুৱতীক উদ্দেশ্য কৰি এইদৰেই সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আলফালৈ বহু যুৱক গৈছে যদিও উভতিও আহিছে। আগতে আলফালৈ যোৱা আৰু এতিয়া আলফালৈ যোৱাৰ মাজত বহু প্ৰাৰ্থক্য আছে, দেওবাৰে দেশৰ ৰাজধানী দিল্লীত এই তীৰ্যক মন্তব্য কৰিলে মুখ্যমন্ত্ৰীজনে।

উল্লেখ্য যে, উজনিৰ পৰা নামনিলৈ বহু যুৱক-যুৱতীয়েই নতুনকৈ আলফাত যোগদান কৰিছে। আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা অনানুষ্ঠানিক ভাৱে চলি থকাৰ লগতে আলফাই এক পক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি থোৱাৰ মাজতে এইদৰে বহু যুৱক-যুৱতী আলফালৈ বাট লোৱা বিষয়টোৱে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Previous Post

আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!

Next Post

দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

যদি সুৰাপান কৰিয়ে শুবলৈ যায়! তেন্তে নিজৰ বিপদ কঢ়িয়াইছে আপুনি

যদি সুৰাপান কৰিয়ে শুবলৈ যায়! তেন্তে নিজৰ বিপদ কঢ়িয়াইছে আপুনি

আৰক্ষীত নিযুক্তিঃ ভুৱা প্ৰমাণ পত্ৰ সন্দৰ্ভত CIDত গোচৰ

আৰক্ষীত নিযুক্তিঃ ভুৱা প্ৰমাণ পত্ৰ সন্দৰ্ভত CIDত গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8