• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰখ্যাত উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ…

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2022
in ক্ৰাইম, News, অসম, সংবাদ
1 min read
0
Share on FacebookShare on Twitter

প্ৰখ্যাত উদ্ভাৱক, আৱিষ্কাৰক তথা পদ্ম বঁটা প্ৰাপ্ত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। অসম আৰক্ষীয়ে পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে শিশুৰ সুৰক্ষা আইনৰ (POCSO)অধীনত এটা গোচৰ ৰুজু কৰিছিল।
উল্লেখ্য যে, উদ্ধৱ ভৰালীৰ বিৰুদ্ধে তেওঁ নিজেই সন্তান হিচাপে তুলি লোৱা এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এজাহাৰ অনুসৰি, ভুক্তভোগীয়ে অভিযোগ কৰিছিল যে তাইৰ তুলি লোৱা পিতৃয়ে তাইক এবছৰ ধৰি যৌন নিৰ্যাতন চলাই আহিছিল ।
অৱশ্যে, গুৱাহাটি উচ্চ ন্যায়ালয়ে উদ্ধৱ ভৰালীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। এজন মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত ভৰালীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগ কৰিছিল ।
উল্লেখনীয়ভাৱে বৰ্তমান ভুক্তভোগী গৰাকীক বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত ৰখা হৈছে।

Previous Post

NFRৰ মহাপ্ৰবন্ধকৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গুৰুত্বপূৰ্ণ বৈঠক

Next Post

অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ

অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ

আজিৰ দিনটোৰ ৰাশিফল

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো

কটন বিশ্ববিদ্যালয়ত ছাত্ৰ মুক্তিৰ জয়ধ্বজাঃ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত অভিষেক মহন্ত

কটন বিশ্ববিদ্যালয়ত ছাত্ৰ মুক্তিৰ জয়ধ্বজাঃ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত অভিষেক মহন্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8