• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in ক্ৰাইম, অসম
1 min read
0
বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী
Share on FacebookShare on Twitter

আজি ধেমাজি জিলাৰ জোনাইত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। জোনাইত আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দং।
আজি দুপৰীয়া বিশেষ সূত্ৰৰ পম খেদি জোনাই বজাৰ কলেজ ৰোডত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস আৰু জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত জোনাই বজাৰত ড্ৰাগছসহ বিশ্বজিত কাৰ্দঙক আটক কৰে।

কিন্তু আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলিত আহত হয় ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দং। আৰক্ষীয়ে আহত কাৰ্দঙক জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰি ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিশ্বজিত কাৰ্দঙৰ ঘৰ জোনাইৰ মধ্যপুৰত বুলি জানিব পৰা গৈছে।
ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা প্ৰায় ৭০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে নগদ প্ৰায় ১২ হেজাৰ টকা আৰু পৰিচয় পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে ২০২০ চনটো বিশ্বজিত কাৰ্দঙে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল।

Previous Post

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ

Next Post

আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

আকৌ বিটিআৰ প্ৰধান হ'ব নেকি হাগ্ৰামা মহিলাৰী ?

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8