• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 27, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগ
Share on FacebookShare on Twitter

খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ। ভুৱা গোচৰ ৰুজু কৰি উৎকোচ লোৱাৰ অভিযোগত OC উৎপল বৰাৰ বিৰুদ্ধে। ভুৱা গোচৰ ৰুজু কৰি আটক কৰিছিল চিকিৎসক আৰু শিক্ষকক। দুয়োজনৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ। ধূলা থানাত কৰ্মৰত অৱস্থাত সংঘটিত হৈছিল ঘটনা। পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে OC উৎপল বৰাক। 

ধৃত উৎপল বৰা দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে এগৰাকী চিকিৎসক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ লাখ টকা দাবী কৰিছিল। প্ৰায় এমাহ আগতে বিষয়া গৰাকীয়ে। চিকিৎসক আৰু শিক্ষক গৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক সকলো কথা অৱগত কৰাত অসম আৰক্ষীয়ে গোপনে তদন্ত আৰম্ভ কৰিছিল উৎপল বৰাৰ বিৰুদ্ধে। বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাত দৰং আৰক্ষীয়ে আটক কৰে বিষয়াগৰাকীক। বৰাক ইতিমধ্যে মঙলদৈ থানাত সোধাপোচা অব্যাহত ৰাখিছে। 148 /22 ধাৰা অধীনত গ্ৰেপ্তাৰ কৰে অ ‘চি উৎপল বৰাক বৰাৰ বিৰুদ্ধে মাটিৰ দালালৰ লগত জড়িত থকাৰ লগতে দুবাৰকৈ বিদেশ ভ্ৰমণ, বিলাসী গাড়ী অগাধ সম্পত্তিৰ গৰাকী বুলি অভিযোগ কৰিছে একাংশই। ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ এনে কুকৰ্মই সকলোকে স্তম্ভিত কৰিছে।

Previous Post

১ আগষ্টৰ পৰা পুনৰ বাঢ়িব গাখীৰৰ দাম

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অৰ্পিতা মুখাৰ্জীৰ ঘৰত EDৰ অভিযানত পুনৰ উদ্ধাৰ ১৫ কোটি টকা!

অৰ্পিতা মুখাৰ্জীৰ ঘৰত EDৰ অভিযানত পুনৰ উদ্ধাৰ ১৫ কোটি টকা!

GMCHত শিশু চুৰিৰ চেষ্টাঃ দুই মহিলাক আটক

GMCHত শিশু চুৰিৰ চেষ্টাঃ দুই মহিলাক আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8