• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীৰ সফলতা! ১০ লাখ টকাৰ চুৰি ম’বাইলসহ চোৰ কৰায়ত্ত্ব

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
আৰক্ষীৰ সফলতা! ১০ লাখ টকাৰ চুৰি ম’বাইলসহ চোৰ কৰায়ত্ত্ব
Share on FacebookShare on Twitter
মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকীৰ বৃহৎ সফলতা। ১০ লাখ টকাৰ চুৰি মোবাইল উদ্ধাৰ কৰিলে আৰক্ষীয়ে। ৰামদিয়াৰ গাঁওবুঢ়া পাম চৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু  শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰে ৭৯টা এনড্ৰইড মোবাইল। আৰক্ষীয়ে এগৰাকী মহিলাসহ তিনি চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মহিলাগৰাকীৰ নেতৃত্বতে মোবাইল ফোন চুৰি কৰি নি বিক্ৰী কৰাৰ পৰিকল্পনা চলিছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ১১ এপ্ৰিলৰ নিশা কাহিলীপাৰাৰ জনকপুৰৰ গুম্বী ছফ্টৱেৰ প্ৰাইভেড লিমিটেডৰ পৰা চুৰি কৰিছিল ১২১টা মোবাইল ফোন। চুৰি কৰা আটাইকেইটা মোবাইল ফোন Nokia C01 PLUS মোবাইল।

উদ্ধাৰ কৰা মোবাইল ফোনসমূহৰ বজাৰ মুল্য ১০ লাখতকৈ অধিক হ’ব। ১২১টা মোবাইল ফোনৰ ৭৯টা উদ্ধাৰ হৈছে যদিও বাকী থকা ৪২টা মোবাইল বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসে।  চুৰি কাৰ্যত ব্যবহৃত চাৰিচকীয়া বাহনখন বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ভগদত্তপুৰ আৰক্ষী চকীত ৰুজু হোৱা গোচৰ নম্বৰ হৈছে  880/22।

Previous Post

মহানগৰীত পুনৰ চুৰিকাণ্ড

Next Post

ক’ৰোনাৰ আশংকা! মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
Next Post
ক’ৰোনাৰ আশংকা! মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

ক'ৰোনাৰ আশংকা! মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

বৰঝাৰ বিমানবন্দৰত দহ হাজাৰ গছ পুলি ৰোপণ!

বৰঝাৰ বিমানবন্দৰত দহ হাজাৰ গছ পুলি ৰোপণ!

IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক “SFE – JANDU ২০২২” বঁটা প্ৰদান

IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক "SFE - JANDU ২০২২" বঁটা প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8