• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰেগিং কাণ্ড! ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮জন ছাত্ৰক বহিষ্কাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 28, 2022
in ক্ৰাইম, অসম, শিক্ষা
1 min read
0
ৰেগিং কাণ্ড! ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮জন ছাত্ৰক বহিষ্কাৰ
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই কাণ্ডত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাবাসৰ পৰা ১৮জন ছাত্ৰক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে। ৰেগিং কাণ্ডৰ মূল অভিযুক্ত প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয়ত অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ কৰাৰ লগতে ৱাৰ্ডেনলৈও জাননী জাৰি কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে। মূল অভিযুক্ত ৰাহুল ছেত্ৰী এতিয়াও পলাতক হৈ আছে।

উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজনকৈ ছাত্র ৰেগিঙৰ বলি হৈছিল আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক। ৰেগিঙৰ নামত একাংশ ছাত্ৰৰ অকথ্য নিৰ্যাতনৰ বলি হোৱা আনন্দ শৰ্মা নামৰ ছাত্রজন বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাজহাঁড় আৰু মূৰত আঘাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন। আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত আৰু তেওঁ বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ ছাত্র।

Previous Post

তেজপুৰত দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন

Next Post

সৰু চহৰতো অনুষ্ঠিত কৰা হ’ব ক্ৰিকেটঃ তৰংগ গগৈ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
সৰু চহৰতো অনুষ্ঠিত কৰা হ’ব ক্ৰিকেটঃ তৰংগ গগৈ

সৰু চহৰতো অনুষ্ঠিত কৰা হ'ব ক্ৰিকেটঃ তৰংগ গগৈ

বহুকেইটা CES ২০২৩ উদ্ভাৱনী বঁটাৰে সন্মানিত হবলৈ সক্ষম হ’ল LG

বহুকেইটা CES ২০২৩ উদ্ভাৱনী বঁটাৰে সন্মানিত হবলৈ সক্ষম হ'ল LG

সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি

সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8