• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি নেচনেল হেৰাল্ড গোচৰ (National Herald case) সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয়। তেওঁক এতিয়াও ED কাৰ্যালয়ত সোধা-পোছা কৰি থকা হৈছে। শ শ দলীয় কৰ্মীৰ দ্বাৰা পৰিবেষ্টিত কংগ্ৰেছ নেতাজনে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়লৈ ৰাওনা হৈছিল যদিও আৰক্ষীয়ে আইন-শৃংখলাৰ দোহাই দি বাধা দিয়াত তেওঁ গাড়ীৰে প্ৰৱৰ্তন সঞ্চালকৰ কাৰ্যালয়ত হাজিৰ হয়।

তেওঁৰ সৈতে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীও আছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) অনুসন্ধানকাৰী দলৰ দ্বাৰা তিনি ঘণ্টা ধৰি সোধা-পোছাৰ সন্মুখীন হৈছে। ৰাহুল গান্ধীয়ে সোমবাৰে ৰাতিপুৱা প্ৰায় ১১.৩০ বজাত EDৰ কাৰ্যালয়লৈ গৈছিল আৰু কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে মতিলাল নেহৰু মাৰ্গৰ মাজেৰে যাত্ৰা কৰিছিল। প্ৰৱৰ্তন সঞ্চালকালয়ে (Enforcement Directorate) ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত অবৈধ ধনৰ লেনদেনত জড়িত থকাৰ অভিযোগত ১ জুনত জাননী প্ৰেৰণ কৰি সোধা-পোছাৰ বাবে ২ জুনত মাতি পঠিয়াইছিল। কিন্তু তেওঁ বিদেশত থকা বাবে ২৪ ঘণ্টীয়া জাননী মতে হাজিৰ হোৱাটো তেওঁৰ বাবে সম্ভৱ নহয় বুলি জনাইছিল।

Previous Post

ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

Next Post

“বোকা নৃত্য ছালৰ বাবে ভাল”- জুবিন গাৰ্গ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
“বোকা নৃত্য ছালৰ বাবে ভাল”- জুবিন গাৰ্গ

"বোকা নৃত্য ছালৰ বাবে ভাল"- জুবিন গাৰ্গ

অঘটন! মহানগৰীত বাছ যাত্ৰীৰ পৰা লুটিলে ১ লাখ

অঘটন! মহানগৰীত বাছ যাত্ৰীৰ পৰা লুটিলে ১ লাখ

পেংগুইনৰ প্ৰস্ৰাৱেৰে গঠিত এণ্টাৰ্কটিকাৰ বৰফ

পেংগুইনৰ প্ৰস্ৰাৱেৰে গঠিত এণ্টাৰ্কটিকাৰ বৰফ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8