• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 14, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোমবাৰে নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত EDয়ে ১০ ঘণ্টাতকৈও অধিক সময় সোধপোছ কৰাৰ পিছত যাবলৈ দিয়ে যদিও আজি পুনৰ তদন্তকাৰী সংস্থাটোৱে সোধপোছৰ বাবে তেওঁলোকৰ সন্মুখত ৰাহুল গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, ৰাহুল গান্ধীক নেচনেল হেৰাল্ড বাতৰি কাকতৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। ৰাহুল গান্ধীৰ উপৰিও ছোনিয়া গান্ধীকো EDয়ে এই বিষয়ত তলব কৰিছিল যদিও তেওঁ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। ইডিয়ে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আয়কৰ বিভাগৰ তদন্ত প্ৰতিবেদনৰ ওপৰত গুৰুত্ব দিয়াৰ পিছত নেতাসকলৰ বিৰুদ্ধে এটা ধন ৰপ্তানিৰ গোচৰ ৰুজু কৰিছিল। গোচৰটোত জালিয়াতি আৰু ইয়ং ইণ্ডিয়াৰ দ্বাৰা এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ অধিগ্ৰহণত অপৰাধমূলক বিশ্বাস ভঙ্গৰ দৰে অভিযোগো উত্থাপন কৰা হৈছে। কংগ্ৰেছে অভিযোগ কৰিছে যে এয়া বিজেপিৰ প্ৰতিহিংসাৰ ৰাজনীতিৰ অংশ। সোমবাৰে পুৱা ৰাহুল গান্ধী ইডিৰ কাৰ্যালয়লৈ যোৱাৰ সময়ত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। দেশজুৰি হোৱা কংগ্ৰেছৰ এই প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীৰ সৈতে সমদল কৰি ই ডিৰ কাৰ্যালয়লৈ যোৱা কংগ্ৰেছ কৰ্মীৰ সৈতে আৰক্ষীৰ হতাহতিও হয়। কংগ্ৰেছে সমগ্ৰ দেশতে অৱস্থিত ইডিৰ ২৫ টা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছিল।

ৰাহুল গান্ধী ই ডিৰ কাৰ্যালয়ৰ ভিতৰলৈ যোৱাৰ পিছত, কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতাই কাৰ্যালয়ৰ বাহিৰত ধৰ্ণাত বহিছিল। পি চিদাম্বৰম, অধীৰ ৰঞ্জন চৌধুৰী, কেচি বেণুগোপাল, দীপেন্দ্ৰ হুডা আৰু জয়ৰাম ৰমেশৰ দৰে কেইবাজনো কংগ্ৰেছ শীৰ্ষ নেতাক আৰক্ষীয়ে জিম্মাত লৈ থানালৈও লৈ যায়।  আনহাতে দিল্লী আৰক্ষীয়ে জনাইছে যে, ইডিৰ সন্মুখত ৰাহুল গান্ধীৰ উপস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ স্বৰূপে পদযাত্ৰা কৰাৰ সময়ত ৪৫৯ জন কংগ্ৰেছ কৰ্মীক আটক কৰা হৈছে। এইসকলৰ ভিতৰত ২৬ জন সাংসদ আৰু ৫ জন বিধায়ক অন্তৰ্ভুক্ত আছে।

Previous Post

মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

Next Post

বিড়ম্বনা! পানীৰ তলত মহানগৰী!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
বিড়ম্বনা! পানীৰ তলত মহানগৰী!

বিড়ম্বনা! পানীৰ তলত মহানগৰী!

লাডাখলৈ গৈ ঘূৰি নাহিল বাইক ৰাইডাৰ নিতু, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ!

লাডাখলৈ গৈ ঘূৰি নাহিল বাইক ৰাইডাৰ নিতু, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ!

আজিৰে পৰা ৰাজ্যত পুনৰ হ’ব প্ৰবল ধুমুহা-বৰষুণ

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ মহানগৰবাসীলৈ জৰুৰী বাৰ্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8