• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মণিপুৰত মৃত্যু হোৱা ৰেলৱেৰ তিনি অভিযন্তাক মৰণোত্তৰভাবে সন্মানিত কৰাৰ দাবী!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 9, 2022
in ক্ৰাইম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
মণিপুৰত মৃত্যু হোৱা ৰেলৱেৰ তিনি অভিযন্তাক মৰণোত্তৰভাবে সন্মানিত কৰাৰ দাবী!
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজধানী ইম্ফলক ব্ৰডগজ ৰেলপথৰে সংযোগ কৰা কামত নিয়োজিত হৈ ২৯ জুনৰ মাজনিশা তুপুলত হোৱা ভয়াবহ ভূমিস্খলনত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লোৱা ৰেলৱেৰ তিনিজন অভিযন্তাক মৰণোত্তৰ ভাবে সাহসিকতাৰ বঁটা প্ৰদান কৰি সন্মানিত কৰিবলৈ দাবী জনাইছে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে। আনকি ইউনিয়নৰ ফালৰ পৰা এই সন্দৰ্ভত ৮ জুলাইত উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধকক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই মহাপ্ৰবন্ধকক প্ৰদান কৰা স্মাৰক পত্ৰখনত মণিপুৰৰ ৰেলপথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ খণ্ড অভিযন্তাদ্বয় কমলেশ তালুকদাৰ আৰু অনুজ কুমাৰ, কনিষ্ঠ অভিযন্তা দীপক কুমাৰ সিদিনাৰ ভূমিস্খলনত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয়  তিনিজনকৈ অভিযন্তাক হেৰুৱাব লগা হোৱাটো ৰেল বিভাগৰ লগতে তেওঁলোকৰ পৰিয়ালৰো এটা অপূৰণীয় ক্ষতি।

দিনে নিশাই ৰেলপথৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ তেনেকৈ তিনিজনকৈ অভিযন্তাই কৰ্তব্যৰ সময়ত দেখুওৱা উৎকৃষ্ট নিদৰ্শনৰ বাবে ভাৰত চৰকাৰে তিনিওজনকে সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰি সন্মানিত কৰিব লাগে । ইয়াৰ পূৰ্বে ডিমা হাচাও জিলাৰ মুপা ৰেল ষ্টেচনৰ সমীপত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱা ৰেল চালক নিত্যানন্দ বৰাক ২০০৯ চনৰ ১৯ মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মৰণোত্তৰ ভাবে কীৰ্তিচক্ৰ প্ৰদান কৰি সন্মানিত কৰিছিল। যাৰবাবে ইউনিয়নে নিৰ্মিত বিভাগৰ তিনিওজন ৰেল অভিযন্তাক ৰাষ্ট্ৰপতিয়ে কীৰ্তিচক্ৰ প্ৰদান কৰি সন্মানিত কৰাৰ লগতে পৰিয়াল বৰ্গক নূন্যতম এক কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ইউনিয়নে স্মাৰক পত্ৰখনৰ জৰিয়তে দাবী জনাইছে।

Previous Post

চিটিবাছত হ’ব ই-টিকেটিং ব্যৱস্থা, নিয়ন্ত্ৰণ হ’ব মহানগৰীৰ চিটিবাছৰ ভাড়া!

Next Post

অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত ৫ তীৰ্থযাত্ৰী

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত ৫ তীৰ্থযাত্ৰী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

টুইটাৰৰ সৈতে সম্পৰ্ক চেদ এলন মাস্কৰ!

টুইটাৰৰ সৈতে সম্পৰ্ক চেদ এলন মাস্কৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8