• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩১ বছৰৰ পিছত মুকলি ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এজি পেৰাৰীবল

Leena Gogoi by Leena Gogoi
May 18, 2022
in ক্ৰাইম
1 min read
0
৩১ বছৰৰ পিছত মুকলি ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এজি পেৰাৰীবল
Share on FacebookShare on Twitter

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষী এজি পেৰাৰীবলনক মুকলি কৰি দিয়াৰ আদেশ দিয়ে। উচ্চতম ন্যায়ালয়ে দোষীক মুকলি কৰি দিয়াৰ বাবে অনুচ্ছেদ ১৪২ৰ বিশেষ অধিকাৰৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে,বিগত প্ৰায় ৩১ বছৰ ধৰি তেওঁ কাৰাগাৰত বন্দী হৈ আছে।

এই গোচৰ সন্দৰ্ভত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওপৰত দীৰ্ঘদিন ধৰি আৱেদন কৰি আহিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে পেৰাৰীবলক মুকলি কৰি দিয়াৰ আবেদনত মঞ্জৰী প্ৰদান কৰি কয় যে, উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ৰাজ্যপালৰ বাবে বাধ্যতামূলক আছিল আৰু সকলো দোষীৰ মুক্তিৰ পথ মুকলি। উল্লেখ্য যে, পেৰাৰীবলন বৰ্তমান জামিনত মুকলি হৈ আছে।

Previous Post

ধলা-শদিয়া দলঙত ফাঁট !

Next Post

ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক বানপানীৰ কৱলত

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত
ক্ৰাইম

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

June 7, 2023
Next Post
ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক বানপানীৰ কৱলত

ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক বানপানীৰ কৱলত

শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন

শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন

অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8