• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পগাগ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2022
in ক্ৰাইম, অসম
1 min read
0
নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পগাগ
Share on FacebookShare on Twitter

মাজুলীৰ গড়মূৰ থানাত এছ আই জোনমণি ৰাভা হাজিৰ হোৱাৰ বিপৰীতে ৰাণা পগাগ নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ ৷ মাজুলীৰ পৰা ৰাণাক নগাঁও সদৰ থানালৈ আনে আৰক্ষীয়ে ৷ নগাঁৱৰ পৰা ঠগ, প্ৰবঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে জিম্মাত লৈছিল ৰাণাক ৷ মাজুলীৰ পৰা ৰাণাক নগাঁৱলৈ অনাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷

উল্লেখ্য যে, ৰাণাৰ বিৰুদ্ধে প্ৰেমিকা SI জোন মণি ৰাভাই এক গোচৰ দাখিল কৰিছিল ৷ প্ৰেমিক ৰাণা ঠগ, প্ৰবঞ্চক বুলি গোচৰ দিয়াৰ পিছত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ এছ আই জোনমণিয়ে ভাবি স্বামীক প্ৰবঞ্চক বুলি জানিব পাৰি আইনৰ আওতাৰ মাজলৈ আনিছিলআৰু নিজে বা বা লাভ কৰিছিল

কিন্তু এছ আই জোনমণিয়ে লাভ কৰা এই বা বা বেছি সময়লৈকে নাথাকিল ৷ মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে একাধিক ব্যৱসায়ীয়ে গোচৰ দিলে মাজুলীত৷ অভিযোগ ৰাণা পগাগৰ লগত মিলি SI জোনমণিয়েও কৰিছিল প্ৰবঞ্চনা৷  ফলত, শাস্তিমূলক হিচাপে নগাঁও সদৰ থানাৰ পৰা জোন মণিক বদলি কৰা হল কলিয়াবৰলৈ ৷ কলিয়াবৰত যোগদান কৰিয়েই এছ আই জোনমণিয়ে ললে ছুটি ৷ ইয়াৰ মাজতে আজি জোনমণিক মাজুলীৰ গড়মূৰ থানাত আৰু ৰাণাক নগাঁও সদৰ থানাত হাজিৰ কৰা হব ৷ ৰাণা পগাগক আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰাব৷

Previous Post

প্ৰৱঞ্চনা! আজি আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক

Next Post

অসমৰ প্ৰাক্তন বেংক বিষয়াৰ আৱাসিক চৌহদত EDৰ অভিযান

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
অসমৰ প্ৰাক্তন বেংক বিষয়াৰ আৱাসিক চৌহদত EDৰ অভিযান

অসমৰ প্ৰাক্তন বেংক বিষয়াৰ আৱাসিক চৌহদত EDৰ অভিযান

PPE কিট প্রসংগক লৈ কংগ্ৰেছ দলৰ প্রতিবাদ

PPE কিট প্রসংগক লৈ কংগ্ৰেছ দলৰ প্রতিবাদ

পৰিবহণ বিভাগৰ উদ্যোগত ২০০ যুৱক-যুৱতীক গাড়ী-চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

পৰিবহণ বিভাগৰ উদ্যোগত ২০০ যুৱক-যুৱতীক গাড়ী-চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8