• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীত নিযুক্তিঃ ভুৱা প্ৰমাণ পত্ৰ সন্দৰ্ভত CIDত গোচৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
আৰক্ষীত নিযুক্তিঃ ভুৱা প্ৰমাণ পত্ৰ সন্দৰ্ভত CIDত গোচৰ

DGP, Assam, Bhashkar Jyoti Mahanta addressing a Press Conference at Conference Hall, Assam Police Headquarters, in Guwahati on 15-05-2022. Pix BY UB photos

Share on FacebookShare on Twitter

অসম আৰক্ষীৰ শেহতীয়াকৈ সম্পন্ন হোৱা নিযুক্তি প্রক্রিয়াত ভুৱা প্রমাণপত্র দাখিল সন্দৰ্ভদ CIDত গোচৰ ৰুজু কৰা হৈছে। CIDয়ে এই সন্দৰ্ভত ৫/২০২২ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছে। এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) ভাস্কৰজ্যোতি মহন্তই।

অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সংবাদ মেলত ডি জি পি মহন্তই প্রকাশ কৰা অনুসৰি মুঠ ৪১৪ জন প্রার্থীয়ে দাখিল কৰা কম্পিউটাৰ প্ৰমাণ-পত্ৰত অনিয়ম লাভ কৰিছিল। যাৰ বাবে তেওঁলোকে আৰক্ষী অধীক্ষকসকলক এই বিষয়টোৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ভিত্তিত আৰক্ষী অধীক্ষসকলে সংশ্লিষ্ট প্রমাণ-পত্র প্রদান কৰা প্রতিষ্ঠানসমূহৰ বিষয়ে অনুসন্ধান কৰে আৰু বহুকেইখন প্রতিষ্ঠান ভুৱা বুলি তথ্য লাভ কৰে। সেয়েহে ইয়াৰ অনুসন্ধানৰ বাবে চি আই ডিক ইতিমধ্যে দায়িত্ব অর্পণ কৰা হৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষীত নিযুক্তি প্ৰদান কৰা ৮ সহস্রাধিক কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ স্বচ্ছ আৰু নিকা আছিল বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, জিলা আৰু বিভিন্ন শ্ৰেণীৰ ক্ষেত্ৰত কাট অফ মার্ক বেলেগ বেলেগ হ’ব পাৰে। কাট অফ মাৰ্কৰ সম্পূর্ণ তথ্য ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেন্ট ব’ৰ্ডৰ ওচৰত মজুত আছে। যদি কোনোবা প্রার্থীয়ে সন্দেহবশতঃ চাব বিচাৰে, তেন্তে তেওঁ ব’ৰ্ডৰ ওচৰলৈ আহি সেই তথ্যসমূহ লাভ কৰিব পাৰিব। আনহাতে, আজিৰ ভিতৰত নৱনিযুক্ত কনিষ্টবলসকলে জিলা অথবা বেটেলিয়নত উপস্থিত হ’ব লাগিব বলি উল্লেখ কৰি তেওঁ কয়, তেওঁলোকৰ নিযুক্তি স্থানৰ বাবে নিৰ্দেশ প্ৰদান কৰা হ’ব৷

Previous Post

যদি সুৰাপান কৰিয়ে শুবলৈ যায়! তেন্তে নিজৰ বিপদ কঢ়িয়াইছে আপুনি

Next Post

পেটৰ গেছৰ সমস্যাৰ পৰা এই কেইবিধ ফলে আপোনাক দিব তাৎক্ষণিক সকাহ

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
পেটৰ গেছৰ সমস্যাৰ পৰা এই কেইবিধ ফলে আপোনাক দিব তাৎক্ষণিক সকাহ

পেটৰ গেছৰ সমস্যাৰ পৰা এই কেইবিধ ফলে আপোনাক দিব তাৎক্ষণিক সকাহ

মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!

মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!

বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8