• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মায়ঙত বালি মাফিয়াৰ গুণ্ডাৰাজ; মহিলাক আক্ৰমণ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 15, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
মায়ঙত বালি মাফিয়াৰ গুণ্ডাৰাজ; মহিলাক আক্ৰমণ
Share on FacebookShare on Twitter

পবিতৰা অভয়াৰণ্যৰ নিকটবৰ্তী মায়ঙৰ বহা ঠেংভঙাত সোমবাৰে এদল উন্মত্ত বালি মাফিয়াৰ আক্ৰমণত আঘাত প্ৰাপ্ত হয় কেইবাগৰাকীও মহিলা। অভিযোগ অনুসৰি নগাঁও বন সংমণ্ডল আৰু মৰিগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ইংগিতত চলি থকা অবৈধ বালিৰ মহলসমুহ একাংশ স্থানীয় মহিলাই বন্ধ কৰিবলৈ যাঁওতে মহিলাসকলৰ ওপৰত জপিয়াই পৰে বালি মাফিয়া। 

তাৰ পাছতেই উত্তেজিত হৈ পৰে গাওঁখনৰ ৰাইজ। বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা নেতা পালিনেতাৰ আচৰণত অতিষ্ঠ হৈ অৱশেষত মায়ং আৰক্ষীৰ কাষ চাপে এজাক মহিলা। মৰিগাঁও জিলাৰ জাগীৰোড সমস্তিৰ অন্তৰ্গত বহা,বৰঝাৰী, ঠেংভঙা দিপৰাং গৰুবন্ধা আদি অঞ্চলত দীৰ্ঘদিন ধৰি চলি আছে কুৰিটাতকৈ অধিক বালিৰ মহল। দুই এটা মহলে দুৰ্নীতিত পোত গৈ থকা বন বিভাগৰ পৰা নিদিষ্ট পৰিমাণৰ বালি উঠোৱাৰ অস্থায়ী অনুমতি লৈ বালিৰ ব্যৱসায় কৰি আছিল যদিও সময় সীমা আৰু পৰিমাণ শেষ হোৱাৰ পিছতো দিনে নিশাই বালিৰ ব্যৱসায় চলাই গৈছে। 

Previous Post

অঘটন! মিজোৰামত মাটিৰ তলত জীৱন্তে পোত গ’ল প্ৰায় ১২ জন

Next Post

বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ বাবে কেন্দ্ৰই লোৱা পদক্ষেপক লৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
ঐতিহাসিক পদক্ষেপ! ১৫২ বছৰীয়া পুৰণি ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত

বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ বাবে কেন্দ্ৰই লোৱা পদক্ষেপক লৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন!

আজাদী কা অমৃত সপ্তাহৰ অংশ হিচাপে CBICয়ে অনুষ্ঠিত কৰিব ড্ৰাগচ ধ্বংস দিৱস!

লিডুত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্রাগছ

‘ডিজিটেল জীৱন প্ৰমাণপত্ৰ’ জাৰী সন্দৰ্ভত সজাগতা অভিযান

'ডিজিটেল জীৱন প্ৰমাণপত্ৰ' জাৰী সন্দৰ্ভত সজাগতা অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8