• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্যৰ বাবে নুপুৰ শৰ্মাক ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 1, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্যৰ বাবে নুপুৰ শৰ্মাক ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ!
Share on FacebookShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ে বিজেপিৰ নিলম্বিত ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্যৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ন্যায়ালয়ে এই বিষয়টো পৰ্যবেক্ষন কৰি কয় যে- নুপুৰ শৰ্মাৰ মন্তব্য আছিল উচতনিমূলক। তেওঁ টেলিভিছন ষ্টুডিঅ’ত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচৰা উচিত আছিল। নুপুৰ শৰ্মাই শান্তি বিঘ্নিত কৰিব পৰা মন্তব্য কৰিছিল। সেয়েহে তেওঁ কেমেৰাৰ সন্মুখত ক্ষমা বিচৰাৰ প্ৰয়োজন। নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মা সন্দৰ্ভত এক আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আজি এই মন্তব্য কৰে দেশৰ উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ে প্ৰশ্ন তুলিছে, তেওঁলোকে এনে মন্তব্য কিয় কৰাৰ প্ৰয়োজন? ইফালে নুপুৰ শৰ্মাৰ উকীলে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল বুলি উচ্চতম ন্যয়ালয়ত অৱগত কৰাত ন্যায়ালয়ে কয় যে নুপুৰ শৰ্মাই টেলিভিছনত গৈ ক্ষমা বিচাৰিব লাগে।আনহাতে, উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাই তেওঁ কৰা বিতৰ্কিত মন্তব্য প্ৰত্যাহাৰ কৰাত যথেষ্ট পলম কৰা বুলি উল্লেখ কৰি কয় যে, নপুৰ শৰ্মাৰ দৰে ব্যক্তি ধৰ্মীয় লোক নহয়। তেওঁলোকে ধৰ্মীয় উত্তেজনা বৃদ্ধি কৰিবলৈ মন্তব্য কৰে। নুপুৰ শৰ্মাৰ আৱেদন সন্দৰ্ভত ন্যায়ালয়ে  কয়, তেওঁৰ আৱেদনত অহংকাৰৰ গোন্ধ আছে। তেওঁ আবেদনখনৰ জৰিয়তে দেশৰ দণ্ডাধীশসকলক হেয় জ্ঞান কৰিবলৈ চেষ্টা কৰিছে বুলিও উল্লেখ কৰিছে।

উল্লেখ্য যে, নুপুৰ শৰ্মাই তেওঁৰ আবেদনত উল্লেখ কৰিছিল যে, যদিহে তেওঁ ধৰ্মীয় অনুভূতিত আঘাট কৰিছে তেন্তে চৰ্ত সাপেক্ষে তেওঁ কৰা মন্তব্য প্ৰত্যাহাৰ কৰিব।

Previous Post

প্ৰেম পত্ৰ লাভ কৰিলে NCPৰ মূৰব্বী শাৰদ পাৱাৰে!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

তিনি মাহত ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ

তিনি মাহত ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ

কাঁহিকুছিৰ SIPRDসহ বিভিন্ন প্ৰান্তত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী

কাঁহিকুছিৰ SIPRDসহ বিভিন্ন প্ৰান্তত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8