• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 5, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!
Share on FacebookShare on Twitter

শুকুৰবাৰে পাঞ্জাৱৰ অমৃতসৰত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা কৰা হয়। উক্ত সময়ত শিৱ সেনাৰ সদস্যৰ সৈতে সুধীৰ চুৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল।

আৰক্ষীৰ তথ্য অনুসৰি চুৰীৰ ওপৰত পাঁচটাতকৈও অধিক গুলী চালনা কৰা হৈছিল। ততাতৈয়াকৈ তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় নেতা গৰাকীৰ। ঘটনাৰ সন্দৰ্ভত সন্দীপ সিং নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Previous Post

দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

Next Post

ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত
ক্ৰাইম

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

June 7, 2023
Next Post
ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

কাছাৰত স্বামীয়ে বিষপান কৰাই হত্যা কৰিলে পত্নীক!

কাছাৰত স্বামীয়ে বিষপান কৰাই হত্যা কৰিলে পত্নীক!

বটদ্ৰৱাৰ পৰা সন্ধানহীন হোৱা দুই শিশু উদ্ধাৰ, আটক অপহৰণকাৰী

বটদ্ৰৱাৰ পৰা সন্ধানহীন হোৱা দুই শিশু উদ্ধাৰ, আটক অপহৰণকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8