- SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জীৎ কৃষ্ণৰ জামিন নাকচ।
- গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে নাকচ কৰে জামিন।
- দ্বিতীয়বাৰলৈ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
- চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শায় অধিবক্তা মাখন ফুকনে।
- ইতিমধ্যে নিম্ন আদালতত আৰম্ভ কেলেংকাৰীৰ বিচাৰ প্রক্রিয়া।
- আৰক্ষীয়ে দাখিল কৰিছে তিনিখনকৈ শ্বাৰ্জচিট।