• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে চেইন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
গুৱাহাটীৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে চেইন
Share on FacebookShare on Twitter

গুৱাহাটীৰ মাজমজিয়াত পিষ্টল দেখুৱাই দুৰ্বৃত্তই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন। ৰাজগড়, কমাৰ্চ পইণ্টৰ কাষতে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এখন মটৰ চাইকেলত অহা দুৰ্বৃত্তই পদপথেৰে গৈ থকা এগৰাকী মহিলাক পিষ্টল দেখুৱাই তেওঁ পৰিধাণ কৰি থকা সোণৰ চেইন কাঢ়ি লৈ গৈছে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰিবলৈ চানমাৰি আৰক্ষী থানালৈ যায়। উল্লেখ্য যে গুৱাহাটী মহানগৰীত ধাৰাবাহিক ভাৱে অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে  নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে।

Previous Post

অসম-অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ

Next Post

গোৱাত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
ক্ৰাইম

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2023
মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
চাইবাৰ যুদ্ধ! ৰাছিয়াৰ দ্বাৰা ইউক্ৰেইনৰ অফিচিয়েল ৱেবছাইট হেক
ক্ৰাইম

ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ!

September 29, 2023
চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
ক্ৰাইম

কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ

September 29, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
গুৱাহাটী

নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ দুৰ্ঘটনা

September 28, 2023
Next Post
গোৱাত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গোৱাত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8