• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰীত প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই!

নিউজ ডেস্ক by নিউজ ডেস্ক
April 29, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
মহানগৰীত প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই!
Share on FacebookShare on Twitter

মহানগৰীৰ কমাৰ্চ কলেজত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱাবলগীয়া হ’ল এজন ছাত্ৰই ৷
জানিব পৰা মতে, হেমন্ত কুমাৰ ডেকা নামৰ প্ৰৱক্তাগৰাকীৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল শুভম ক’ৰ নামৰ এজন ছাত্ৰৰ।
ইতিমধ্যে, ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ তুলিছে পৰিয়াল তথা সহপাঠীসকলে।

Previous Post

কিমান টকা ব্যয়ৰে মোদী সভালৈ অনা হৈছিল লাখ লাখ মানুহ ?

Next Post

ৰাজ্যত প্রায় ৫ কোটি টকাৰ ড্রাগছ জব্দ

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
Next Post
খটখটীত ৫০ লাখ টকা মূল্যৰ হেৰʼইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্যত প্রায় ৫ কোটি টকাৰ ড্রাগছ জব্দ

দূৰ্ঘটনা! খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ

দূৰ্ঘটনা! খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ

অসম–মেঘালয় সীমান্তত পুনৰ উত্তেজনা

নগাঁৱৰ চপানলাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কেইবালাখ টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8