• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in ক্ৰাইম
1 min read
0
কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন
Share on FacebookShare on Twitter

ৰক্ষকেই হৈ পৰিছে ভক্ষক! নিৰীহ লোক অসম আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱাটো বৰ্তমান সময়ত সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। অলপতে লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈয়ে থানাৰ ভিতৰতে এটি কিশোৰক অমানৱীয় অত্যাচাৰ চলাইছিল।

বিস্কুট চোৰৰ এটা ঘটনাক কেন্দ্ৰ কৰি কিশোৰ জনক প্ৰহাৰ কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে। থানাখনত থকা আন আৰক্ষী বিষয়া, কনিষ্টবলৰ আগত চলাইছিল নিৰ্যাতন। প্ৰায় ২ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।
ইতিমধ্যে, উক্ত ঘটনাৰ লগত জড়িত লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে লাহৰীঘাট থানাই জব্দ কৰা এখন গাড়ীৰ পৰা বিস্কুট চুৰি কৰা বুলি আৰক্ষীয়ে আটক কৰিছিল কিশোৰটিক। তাৰপাছত এছ আই বৰদলৈয়ে থানাৰ ভিতৰত উপৰ্যপুৰি প্ৰহাৰ কৰিছিল কিশোৰটিক। ছ’চয়িেল মিডিয়া যোগে এই দৃশ্য ৰাজহুৱা হোৱাৰ পাছতেই সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Previous Post

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

Next Post

মহানগৰীৰ গাড়ীগাঁৱত অগ্নিকাণ্ড

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী
ক্ৰাইম

শৰাইঘাট দলঙত দুৰ্ঘটনা

January 23, 2023
Next Post
মহানগৰীৰ গাড়ীগাঁৱত অগ্নিকাণ্ড

মহানগৰীৰ গাড়ীগাঁৱত অগ্নিকাণ্ড

জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি “ভাল বন্ধু” উন্মোচন

জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি "ভাল বন্ধু" উন্মোচন

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8