• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 9, 2023
in ক্ৰাইম, অসম
1 min read
0
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

hands of a male drug dealer are handcuffed. The fight against drugs and crime.

Share on FacebookShare on Twitter

ড্ৰাগছৰ বিৰুদ্ধে গুৱহাটীত অসম আৰক্ষীৰ নহয়, এইবাৰ তামিলনাডু আৰক্ষীয়ে চলালে অভিযান। গুৱাহাটীৰ যুৱকৰ দেশৰ ভিন্ন প্ৰান্তৰ ড্ৰাগছ মাফিয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক। ড্ৰাগছ সৰবৰাহেই নহয়, উত্থাপিত হৈছে হত্যাৰো অভিযোগ।

উল্লেখ্য যে, গুৱাহাটীত আহি বাহৰ পাতিছেহি তামিনলাডুৰ আৰক্ষীৰ এটা দল। জানিব পৰা মতে ত্ৰিবান্দ্ৰম আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত ড্ৰাগছ মাফিয়া ৰমেশ জিক। এই ৰমেশ জিৰ সৈতে আছে গুৱাহাটীৰ হাতীগাঁৱৰ নৱজ্যোতি ককাতি নামৰ এজন যুৱকৰ ঘনিষ্ঠ সম্পৰ্ক। ত্ৰিবান্দ্ৰম আৰক্ষীৰে জেৰাত ৰমেশ জিয়ে লৈছিল নৱজ্যোতিৰ নাম। তাৰপাছতেই তামিলনাডুৰ আৰক্ষীয়ে ৰমেশ জিক লগত লৈ গুৱাহাটীলৈ আহি নৱজ্যোতি কাকতিক গ্ৰেপ্তাৰ কৰিছে। আনহাতে গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁলোকক লৈ অভিযান চলাইছে।

তাৰ মাজতে আৰক্ষীয়ে তিনি ড্ৰাগছ মাফিয়া ক্ৰমে ৰমেশ জি, নৱজ্যোতি কাকতি আৰু মৰিয়েম আপ্পাক বিশেষ আদালতত হাজিৰ কৰিছে। মন কৰিবলগীয়া যে, গুৱাহাটী আৰক্ষীয়েও এই তিনি ড্ৰাগছ মাফিয়াক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল। তিনিওকে প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ। আনহাতে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছিল এখন বাহন। কাৰাগাৰৰ পৰা বাহিৰলৈ ওলায়েই তেওঁলোকে পুনৰ তামিলনাডুত আৰম্ভ কৰিছিল ড্ৰাগছৰ বেহা। আৰু তাৰ মাজতেই ত্ৰিবান্দ্ৰম আৰক্ষীৰ জালত পৰে ৰমেশ জি। ইয়াৰ পাছতেই পোহৰলৈ আহে নৱজ্যোতিৰ প্ৰসংগও। ইফালে নৱজ্যোতিয়ে এজন তামিল নাগৰিকক হত্যা কৰা বুলিও অভিযোগ উত্থাপিত হৈছে।

Previous Post

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

Next Post

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8