• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ম’বাইল চলাব নজনাৰ বাবেই বিহপুৰীয়াত শিক্ষকৰ আত্মহত্যা!

নিউজ ডেস্ক by নিউজ ডেস্ক
April 30, 2022
in ক্ৰাইম, অসম
1 min read
0
ম’বাইল চলাব নজনাৰ বাবেই বিহপুৰীয়াত শিক্ষকৰ আত্মহত্যা!
Share on FacebookShare on Twitter

ম’বাইল এপ ব্যৱহাৰ কৰিব নজনাৰ বাবেই এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে আত্মহত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিহপুৰীয়াত৷ বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কলাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মাই ম’বাইল চলোৱাত পাৰ্গত নোহোৱাৰ বাবেই শনিবাৰে পুৱা মৃত্যুৰ দৰে চৰম সিদ্ধান্ত বাচি লয় বুলি জানিব পৰা গৈছে৷
মৃত শিক্ষকগৰাকীৰ জেপত উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ কৰা মতে -বিদ্যালয়ৰ বিভিন্ন কামৰ চাপ আৰু মবাইলৰ এপৰ হেঁচা আৰু তাৰ বিপৰীতে মবাইল চলাব নজনাৰ বাবেই এই চৰম সিদ্ধান্ত ললে তেওঁ ৷ আজি পুৱা নিজা বাস ভৱনৰ কাষতে চিপলোৱা আৱস্থাত উদ্ধাৰ কৰা হয় গোপাল চন্দ্ৰ শৰ্মাৰ মৃতদেহ৷

উল্লেখ্য যে, বৰ্তমান প্ৰচলন কৰা ডিজিটেল চিষ্টেমৰ লগত সু-পৰিচয় নথকাৰ বাবেই এনেধৰনৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

LIC IPO’ক ১০ কোটি গ্ৰাম্য পৰিয়ালৰ কাষ চপোৱাব Spice Money আৰু Religare Brokingএ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
LIC IPO’ক ১০ কোটি গ্ৰাম্য পৰিয়ালৰ কাষ চপোৱাব Spice Money আৰু Religare Brokingএ

LIC IPO'ক ১০ কোটি গ্ৰাম্য পৰিয়ালৰ কাষ চপোৱাব Spice Money আৰু Religare Brokingএ

দিল্লী বিশ্ববিদ্যালয়ত সুনাম কঢ়িয়ালে অসম কন্যা প্ৰনীষা ৰাজখোৱাই

দিল্লী বিশ্ববিদ্যালয়ত সুনাম কঢ়িয়ালে অসম কন্যা প্ৰনীষা ৰাজখোৱাই

চেংকন

চেংকন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8