- মাজুলীৰ সম্ভাৱনাময়ী যুৱতী তেজস্বিতাৰ অকাল মৃত্যুত মাজুলীত শোকৰ ছাঁ।
- তাৎক্ষণিক ভাৱে অধীক্ষক ডাঃঅমূল্য গোস্বামীক আতৰাই ডাঃ কিশোৰ কুমাৰ কামানক অধীক্ষকৰ দায়িত্ব।
- ঘটনা তদন্তৰ দায়িত্বত অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকন আৰু চক্ৰ বিষয়া জয়দেৱ ৰজক।
- প্ৰাথমিক অনুসন্ধানৰ পাছত মন্তব্য প্ৰকাশ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ।
- “অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাছিল তেজস্বিতাৰ, চিকিৎসক নীলাক্ষী ঠাকুৰীয়াই কৰিছিল চিকিৎসা।” এই ভাষ্য বিপুল দাসৰ।