• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰপেটাৰোডত বনকৰা যুৱতীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 6, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
বৰপেটাৰোডত বনকৰা যুৱতীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ!
Share on FacebookShare on Twitter

বৰপেটাৰোডত এগৰাকী বনকৰা যুৱতীৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হোবা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰপেটাৰোডৰ ডাউনটাউনৰ বুদ্ধদেৱ ফাদাংগিৰী নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে থকা শিক্ষক বদ্ৰী লুইটেলৰ ঘৰত বনকৰা যুৱতী হিচাপে আছিল৷ সোমবাৰে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নীয়ে বিদ্যালয়ত পাঠদান কৰিবলৈ যোৱাৰ পাছত পৰিত্যক্ত টিনপাতৰ চালি এখনৰ তলত অগ্নিদগ্ধ অৱস্থাত বনকৰা যুৱতীগৰাকীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি শিক্ষকগৰাকীৰ পুত্ৰই পিতৃ–মাতৃক খবৰ দিয়ে৷

বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীয়ে উক্ত স্থানত উপস্থিত হৈ বনকৰা যুৱতীগৰাকীৰ কাষত কেৰাচিন তেলৰ বটল আৰু কিছু খৰি পৰি থকা প্ৰত্যক্ষ কৰি জিলাৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে৷ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। বনকৰা যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কত আৰক্ষীয়ে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ পুত্ৰক সোধা–পোছাৰ বাবে আটক কৰিছে বুলি আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়ে৷ বনকৰা যুৱতীগৰাকীৰ এয়া হত্যা নে আত্মহত্যা সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে জোৰ তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে বনকৰা যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Previous Post

যুৱতীক অশ্লীল ইংগিত দুই লম্পটৰ; আটক!

Next Post

নগাঁৱত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মৃতদেহ উদ্ধাৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

নগাঁৱত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মৃতদেহ উদ্ধাৰ!

সোণাৰিত আৰক্ষীয়ে গুলীয়ালে সতীৰ্থক!

সোণাৰিত আৰক্ষীয়ে গুলীয়ালে সতীৰ্থক!

বৰ্তমান ৰাজনৈতিক একনায়কত্ববাদ বাস্তৱলৈ পৰিণত হৈছে!

বৰ্তমান ৰাজনৈতিক একনায়কত্ববাদ বাস্তৱলৈ পৰিণত হৈছে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8