• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in ক্ৰাইম, গুৱাহাটী, সংবাদ
1 min read
0
AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ
Share on FacebookShare on Twitter

চলিত বিত্তীয় বৰ্ষৰ শেষৰটো দেওবাৰৰ বন্ধৰ দিনাও বিভাগৰ কাৰ্যালয় সম্পূৰ্ণ খোলা ৰাখি যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে ৰাজপথত তন্নতন্নকৈ তালাচীৰে অলক্লিয়াৰ অভিযান চলালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷

ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথত তালাচী চলোৱাৰ উপৰিও ভূটনাথ, সাওঁকুছি, চামতা, সোনাপুৰ, ন-মাইল অঞ্চলৰ গুৰুত্বপূৰ্ণ স্থানত জোৰদাৰ তালাচী চলায়। যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, বেবীলতা দলে, দীপাঙ্কৰ শৰ্মা, প্ৰণৱ কলিতা, পংকজ দাস, ৰিংকু কলিতা, সাধনা বৰুৱা, সিদ্ধেশ্বৰ ৰাহাং, পংকজ বৰাকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে দেওবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১০০০ৰো অধিক বাহনত তালাচী চলায়৷

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যান-বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ৭৫খনৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি ২বিলাসী অডি বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক ২৮খনৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ যান-বাহনৰ কৰ আদায়ৰ বাবে নিৰ্দ্ধাৰিত চূড়ান্ত সময়সীমালৈ মাজত মাথো দুটামান দিনহে থকা অৱস্থাতো বহুতেই কৰ আদায় নিদিয়াৰ উপৰি আন বহুতেই নিজৰ যান-বাহনসমূহ লুকুৱাই ৰখা সন্দৰ্ভত এনে বাহনৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৰিবহণ বিষয়া গৌতম দাসে কয় যে, যানবাহন বিধি অনুসৰি যান-বাহন কৰ পৰিশোধ কৰাৰ পাছতহে পথত চলাচল কৰাৰ অধিকাৰ পায় ৷ তদুপৰি নথিপত্ৰসমূহ সকলো সময়তে নৱীকৰণ হৈ থাকিব লাগিব ৷ এনেক্ষেত্ৰত সকলো দিশৰ পৰা ‘বৈধ’ হৈ নথকা বাহনকলৈ ৰাজপথত কেতিয়াও সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাতো সম্ভৱ নহয়৷ ইমানৰ পাছতো নিয়ম অমান্য কৰাসকলে কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব সেয়া সময়ত সকলোৱে গম পাব আৰু মানি লবলৈ বাধ্য হ’ব লাগিব বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে৷

Previous Post

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

Next Post

নিউজ বুলেটিন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিউজ বুলেটিন

নিউজ বুলেটিন

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’

সোণাপুৰত শুভমুক্তি পালে 'তোমাৰে ভাৱনাত'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8