• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আলফা(স্বা)ত যোগদান কৰা সকলৰ কোনো উদ্দেশ্য নাই!

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
Share on FacebookShare on Twitter

আলফা স্বাধীনৰ প্ৰতি নৱ প্ৰজন্মৰ যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। তেওঁ কয় যে, উগ্ৰবাদৰ প্ৰতি আজিও যুৱচামৰ আকৰ্ষন আছে, অৱশ্যে ULFAৰ জন্মৰ সময়ৰ লক্ষ্য আৰু বৰ্তমানৰ লক্ষ্য একে নহয়। পূৰ্বে স্বাধীন অসম আৰু জাতিৰ হকে কাম কৰাৰ বাবে আলফাত যোগদান কৰিছিল ৷ কিন্তু আজি যি সকলে আলফাত যোগদান কৰিছে তেওঁলোকৰ কোনো উদ্দেশ্য নাই, হয়তো কোনোবাই তেওঁলোকক মিছগাইড কৰিছে। পৰেশ বৰুৱাই আলোচনাৰ বাবে আগবাঢ়ি অহাৰ সময়ত নতুন যুৱকক আলফাত যোগদানৰ বাবে আকৰ্ষিত কৰিব বিচৰা কাৰ্য ভাল চিন্তা নহয়, পৰেশ বৰুৱা যদি আলোচনাৰ বাবে ইচ্ছুক তেন্তে নতুন ল’ৰা- ছোৱালী আলফাত যোগদান কৰাটো বন্ধ কৰিবলৈও আহ্বান কৰে উৰ্খাও গৌৰা ব্ৰহ্মই।

বাক্সা জিলাৰ ছাপাগুৰি সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক জিগমেচ মেৱানী সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভতো মত ব্যক্ত কৰে মন্ত্ৰী ব্ৰহ্মই। একাংশ সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে মুল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা কৰাৰ বিপৰিতে পেট্ৰল-ডিজেলৰ মুল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা লব নোৱাৰে বুলি স্পষ্টকৈ জানিব দিয়ে ।
Previous Post

মহানগৰীত উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

Next Post

এক মে’ত সাংবাদিকৰ মুকলি বিহু

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এক মে’ত সাংবাদিকৰ মুকলি বিহু

এক মে’ত সাংবাদিকৰ মুকলি বিহু

মহানগৰীত পুনৰ চুৰিকাণ্ড

মহানগৰীত পুনৰ চুৰিকাণ্ড

আৰক্ষীৰ সফলতা! ১০ লাখ টকাৰ চুৰি ম’বাইলসহ চোৰ কৰায়ত্ত্ব

আৰক্ষীৰ সফলতা! ১০ লাখ টকাৰ চুৰি ম’বাইলসহ চোৰ কৰায়ত্ত্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8