• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনিজনক আটক

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2022
in ক্ৰাইম, অসম
1 min read
0
লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনিজনক আটক
Share on FacebookShare on Twitter

লামডিং ৰে’ল জংচনত ৰে’ল আৰক্ষীয়ে মঙলবাৰে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। ১৩১৭৪ নম্বৰৰ নামনিমুৱা শিয়ালদহ কাঞ্চনজংঘা এস্কপ্ৰেছ ৰে’লখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ১২ কেজি হ’ব বুলি ৰে’ল আৰক্ষী সূত্ৰে প্ৰকাশ।

ঘটনা সন্দৰ্ভত লামডিং ৰে’ল আৰক্ষীয়ে গাঞ্জা সৰবৰাহ কৰাৰ সন্দেহত তিনি জন ব্যক্তিক আটক কৰিছে।আটকাধীন ব্যক্তি তিনিজন হৈছে মলেশ্বেৰ ৰয়, নেৱাল কিশৰ ৰয়, ৰতন দেও মাহাতু৷ লোককেইজনে শৰীৰত পৰিধান কৰা গৰম জেকেটৰ ভিতৰত গাঞ্জাখিনি লৈ আহিছিল৷ গাঞ্জাখিনিৰ মূল্য প্ৰায় ১ লাখ ২০ হাজাৰ টকা হ’ব বুলি ৰে’ল আৰক্ষীয়ে জানিব দিয়ে।

Previous Post

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু এজনৰ

Next Post

কাহিলিপাৰাত ড্ৰাগছ সৰবৰাহকাৰী হাছেন মকিবুল ইছলামক গ্ৰেপ্তাৰ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
Next Post
৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

কাহিলিপাৰাত ড্ৰাগছ সৰবৰাহকাৰী হাছেন মকিবুল ইছলামক গ্ৰেপ্তাৰ

গুৱাহাটীত AREIDAই আয়োজন কৰা সম্পত্তি মেলাত বিশেষ ৰেহাইৰ ব্যৱস্থা

গুৱাহাটীত AREIDAই আয়োজন কৰা সম্পত্তি মেলাত বিশেষ ৰেহাইৰ ব্যৱস্থা

ধাৰাপুৰ চাৰিআলিলৈ সম্প্ৰসাৰণ হ’ল চিটিবাছ সেৱা

ধাৰাপুৰ চাৰিআলিলৈ সম্প্ৰসাৰণ হ'ল চিটিবাছ সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8