• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন আহত তিনি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 13, 2022
in ক্ৰাইম, অসম
1 min read
0
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী
Share on FacebookShare on Twitter

বৰপেটাৰ ভেল্লাত মাৰুতি ৮০০ আৰু ছুইফ্ট ডিজায়াৰ আৰু বাইকৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু আন তিনিজন গুৰুতৰ ভাৱে আহত হয়। সোমবাৰে নিশা ভেল্লাৰ মাদ্ৰাছাৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত বাইকখন কেইবা মিটাৰ চিটিকি গৈ দ’ খালত পৰে। ছুইফ্ট ডিজায়াৰত থকাজন ভেল্লাৰ আকাশ আলী বুলি জানিব পৰা গৈছে৷ বাকী নিহত-আহতসকলৰ পৰিচয় লাভ কৰিব পৰা নাই।

ঘটনাস্থলীত ভেল্লাৰ একাংশ স্থানীয় লোকে মাৰুতি গাড়ীখনৰ তলৰ পৰা মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ১০৮ এম্বুলেন্স সেৱালৈ ফোন কৰি গুৰুতৰভাৱে আহত দুগৰাকী লোকক বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত বৰপেটা আৰক্ষীৰ এটি দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

Previous Post

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

Next Post

উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

ŠKODA অনুৰাগীৰ গুৱাহাটীৰ সেউজীয়া পাহাৰ ভ্ৰমণ

ŠKODA অনুৰাগীৰ গুৱাহাটীৰ সেউজীয়া পাহাৰ ভ্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8