• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তেলেংগানাত বিধায়ক ক্ৰয় কৰিবলৈ গৈ তিনি ব্যক্তি যাব লগা হ’ল কাৰাগাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 31, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
তেলেংগানাত বিধায়ক ক্ৰয় কৰিবলৈ গৈ তিনি ব্যক্তি যাব লগা হ’ল কাৰাগাৰ
Share on FacebookShare on Twitter

তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৪ বিধায়কক ৫০ কোটি কৈ টকাত ক্ৰয় কৰিবলৈ গৈ কাৰাগাৰৰ আলহী হ’ল তিনি ব্যক্তি। ২৬ অক্টোবৰত শাসনাধিষ্ঠ দলটিৰ ৪ জন বিধায়কক ক্ৰয় কৰাৰ উদ্দেশ্যেৰে তেলেংগানাৰ ৰাজধানী হায়দাৰাবাদত এই তিনিগৰাকী ব্যক্তি উপস্থিত হৈছিলগৈ। পৰৱৰ্তী সময়ত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ৰোহিত ৰেড্ডীৰ বাসভৱনত চলা এক অভিযানত আটক কৰা হৈছিল ব্যক্তি তিনি গৰাকীক। দলটিৰ অভিযোগ অনুসৰি, ভাৰতীয় জনতা পাৰ্টীৰ ‘অপাৰেচন লটাছ’ৰ অংশ হিচাপে তেলেংগানাত বিধায়ক ক্ৰয় কৰি ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাটো মূল উদ্দেশ্য আছিল ব্যক্তি কেইগৰাকীৰ।

উল্লেখ্য যে, অভিযানৰ পাছত ৰোহিত ৰেড্ডীয়ে অভিযোগ উত্থাপন কৰে যে, বিধায়ক ক্ৰয় কৰাত সহায় কৰাৰ বাবদ তেওঁক ১০০ কোটি টকা উপঢৌকন আগবঢ়াইছিল ব্যক্তি তিনি গৰাকীয়ে। ইয়াৰ পাছতেই, হায়দাৰাবাদ উচ্চ ন্যায়ালয়ে আৰক্ষীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে তিনিও গৰাকী ব্যক্তিক। আনহাতে, দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ ৰ অধীনত তিনিও গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ।

Previous Post

বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ৬ জনকৈ যাত্ৰী

Next Post

আজি ৰাষ্ট্ৰীয় একতা দিৱসঃ গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
Next Post
আজি ৰাষ্ট্ৰীয় একতা দিৱসঃ গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

আজি ৰাষ্ট্ৰীয় একতা দিৱসঃ গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

‘জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হয়’

'জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হয়'

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক মেজমেল

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ 'ধঁপাতৰ ওপৰত কৰ আৰোপ' শীৰ্ষক মেজমেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8