• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in ক্ৰাইম, অসম
1 min read
0
৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰায়ে এক সংবাদ মেলখন যোগে ৰঙিয়াত প্ৰায় ৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত জানিবলৈ দিয়ে। কামৰূপ আৰক্ষীয়ে মঙলবাৰে নিশা বঙাইগাঁৱত এখন নাইট চুপাৰ বাছৰ পৰা গ্ৰেপ্তাৰ কৰে দুই আফিং সৰবৰাহকাৰীক। গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মূল আফিং সৰবৰাহকাৰীক ৰঙিয়াৰ উদিয়ানাৰ প্ৰদীপ চৌধুৰীক গ্ৰেপ্তাৰ কৰে। এই অভিযানত উদ্ধাৰ হৈছে ৬ কেজি ৫৪০ গ্ৰাম আফিং।
লগতে উদ্ধাৰ হৈছে নগদ ২ লাখ ১৯ হাজাৰ টকা সহ কেইবাটাও মʼবাইল। আন দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী হৈছে পাঞ্জাৱৰ জলন্ধৰৰ দলবিন্দৰ সিং আৰু ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ইজ্ৰাইল আলী। উদ্ধাৰ হোৱা আফিংখিনিৰ আনুমানিক বজাৰ মূল‍্য প্ৰায় ৪০ লাখ টকা ।

Previous Post

প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!

Next Post

আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!

পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!

শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ’লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ'লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8