• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 7, 2023
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
Share on FacebookShare on Twitter

দাবী কৰা ধন নিদিয়াৰ বাবেই টিহুৰ নাথকুছিত এগৰাকী ট্ৰাক চালকক আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

প্ৰকৃতাৰ্থত নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ ৰূপত আবিৰ্ভাৱ হয় টিহু থানাৰ আৰক্ষী। ট্ৰাক চালকে টিহু থানাৰ নাথকুছিৰ পহৰা চকীৰ আৰক্ষীক ২৫ হাজাৰ টকা গুণ্ডাটেক্স আদায় নিদিয়াৰ বাবে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি চালকক মৃতপ্ৰায় অৱস্থাৰে ঘাইপথত পেলাই থয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে ধুবুৰী পৰা গুৱাহাটীমুখী ডব্লিউ বি ০৩-বি-২৪৫২ নম্বৰৰ ট্ৰাকখন ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছি পোৱাৰ লগে লগে টিহু থানাৰ অন্তৰ্গত নাথকুছিৰ আৰক্ষীয়ে আগভেটি ধৰি বিভিন্ন অজুহাতত ট্ৰাক চালকজনৰপৰা ২৫ হাজাৰ টকা বিচাৰে। উপায়ান্তৰ হৈ ট্ৰাক চালক জেহেৰুল ইছলামে নগদ ৪ হাজাৰ টকা আৰু ‘ফোন পে’যোগে ১৬ হাজাৰ টকা আদায় দিয়াতো মান্তি নহয় আৰক্ষী।

নাথকুছি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰাক চালক জেহেৰুলে ধন আদায় দিব নোৱাৰাত ট্ৰাকৰপৰা নমাই আনি আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি চালকগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থয়। আৰক্ষীৰ এনে কাৰ্যৰ প্ৰত্যক্ষদৰ্শী ট্ৰাক চালকে তীব্ৰ প্ৰতিবাদ জনাই ৰাষ্ট্ৰীয় ঘাইপথত শ-শ ট্ৰাকে বিশৃংখল সৃষ্টি কৰি গাড়ী মটৰৰ চলাচল বন্ধ কৰি দিয়ে।

উক্ত ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে অপূৰ্ব পাটগিৰী আৰু অমিত হাজং নামৰ দুজন আৰক্ষীক নিলম্বন কৰিছে । এই ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে উপ আৰক্ষী অধীক্ষকক।

Previous Post

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

Next Post

HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস

HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8