• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুটাকৈ বিস্ফোৰণে কঁপালে জন্মু-কাশ্মীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
দুটাকৈ বিস্ফোৰণে কঁপালে জন্মু-কাশ্মীৰ
Share on FacebookShare on Twitter

কাশ্মীৰত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে সন্ত্ৰাসমূলক কাৰ্যকলাপ। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অমিত শ্বাহ জম্মু কাশ্মীৰত উপস্থিত হ’ব ৩ ছেপ্টেম্বৰত। কিন্তু অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বেই ২৮ ছেপ্টেম্বৰ বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱাই দুটাকৈ ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে জন্মুৰ উধমপুৰ চহৰক। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৩০ ছেপ্টেম্বৰত জন্মু-কাশ্মীৰত উপস্থিত হোৱাৰ কথা আছিল। ১ আৰু ২ অক্টোবৰত তেওঁ ৰাজৌৰী আৰু আৰু বাৰামুলাত দুখন ৰাজহুৱা সভা সম্বোধন কৰাৰ সূতী নিৰ্ধাৰণ কৰা হৈছিল।

সুৰক্ষামূলক ব্যৱস্থাৰ বাবে তেওঁৰ এই কাৰ্যসূচী বৰ্তমান পিছুৱাই ৪ আৰু ৫ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে যদিও জন্মুৰ উধমপুৰ চহৰত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কিমান সুৰক্ষিত হ’ব সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা উধমপুৰত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণৰ ভিতৰত প্ৰথমটো বিস্ফেৰণ এখন ৰখাই থোৱা বাছত সংঘটিত হয়। এই বিস্ফোৰণত বাছখনৰ কণ্ডাক্টৰ আৰু আন এজনলোক আহত হৈছে। আহত কণ্ডাক্টৰ জনৰ নাম সুনীল সিং (২৭) আৰু আনগৰাকী ব্যক্তিৰ নাম বিজয় কুমাৰ (৪০)। ইয়াৰে সুনীল সিঙৰ ঘৰ ৰামনগৰত।

Previous Post

মহানগৰীত চুৰি! লুটিলে ধন, সোণ

Next Post

দেৰগাঁৱত পথ দুৰ্ঘটনাত নিহত ছাত্র সন্থাৰ প্রাক্তন কৰ্মী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত

দেৰগাঁৱত পথ দুৰ্ঘটনাত নিহত ছাত্র সন্থাৰ প্রাক্তন কৰ্মী

ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়াৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়াৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ ‘চেমখৰ’

বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ ‘চেমখৰ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8