সোণাৰিত আলফা (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত আৰক্ষীয়ে দেৱজিৎ ভূঞা আৰু মিঠু বৰুৱা নামৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি আলফা (স্বাঃ)ৰ লেফটেনেণ্ট কৰ্ণেলৰ লগত যোগাযোগ ৰাখিছিল দুয়ো।
আলফাৰ লেফটেনেণ্ট কৰ্ণেল গণেশ লাহনৰ লগত যুৱকদ্বয়ৰ যোগাযোগ আছিল বুলি গম পোৱা গৈছে।