• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গায়ক সিদ্ধু মুচেৱালা হত্যা গোচৰৰ দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 5, 2022
in ক্ৰাইম, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
গায়ক সিদ্ধু মুচেৱালা হত্যা গোচৰৰ দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ!
Share on FacebookShare on Twitter

সিদ্ধু মুচেৱালা গোচৰত আৰক্ষীয়ে লাভ কৰিলে ডাঙৰ সফলতা। দিল্লী আৰক্ষীৰ বিশেষ চেলে সোমবাৰে গোচৰটোৰ দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্ত দুজন ক্ৰমে শচীন ভিৱানী আৰু অংকিত চিৰচা বুলি চিনাক্ত কৰা হৈছে। দুয়োজন কুখ্যাত লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰ দলৰ সদস্য বুলি জনা গৈছে। তেওঁলোকৰ বিৰুদ্ধে উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অপৰাধৰ অভিযোগ আছে। আৰক্ষীৰ সূত্ৰ মতে, অভিযুক্তজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অংকিতৰ বয়স মাত্ৰ ১৮ বছৰ।

সোমবাৰে, দিল্লী আৰক্ষীয়ে অভিযুক্ত দুজনক দিল্লীৰ কাশ্মীৰী গেট অঞ্চলৰ পৰা আটক কৰাৰ বিষয়ে অৱগত কৰে। তেওঁলোকৰ পৰা দুটা পিষ্টল আৰু ১৯ ৰাউণ্ড গোলাবাৰুদ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ উপৰিও অভিযুক্তৰ পৰা পঞ্জাৱ আৰক্ষীৰ তিনিযোৰ ইউনিফৰ্ম, দুটা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰা হয়।

শচীন ভিৱানী নামৰ অপৰাধীজন লৰেন্স বিষ্ণোইৰ অতি ঘনিষ্ঠ বুলি জনা যায়। ৰাজস্থানৰ বিষ্ণোই দলটোৰ দায়িত্ব তেওঁৰ ওপৰত আছিল। তেওঁৰ বিৰুদ্ধে ৰাজস্থানৰ চাৰু আলাকাত একাধিক গুৰুতৰ অপৰাধৰ অভিযোগ আছে।
আনহাতে, অংকিত চিৰছা হাৰিয়ানাৰ সোনেপতৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে ৰাজস্থানত হত্যাৰ একাধিক প্ৰচেষ্টাৰ অভিযোগ আছে। যোৱা মাহতো, সিদ্ধু মুচেৱালা গোচৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক প্ৰিয়ব্ৰত, কাশীশ আৰু কেশৱ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক হাৰিয়ানা আৰু পাঞ্জাৱৰ বাসিন্দা।

উল্লেখ্য যে, ২৯ মে’ত, পঞ্জাৱৰ এজন প্ৰখ্যাত গায়ক শুভদীপ সিং সিদ্ধু ওৰফে সিদ্ধু মুচেৱালাক দিন দুপৰতে ৰাজপথত হত্যা কৰা হৈছিল। তেওঁ কংগ্ৰেছ দলৰ সৈতেও জড়িত আছিল।

Previous Post

KAALI নামৰ বিতৰ্কিত পোষ্টাৰৰ নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু!

Next Post

অসমত সকাহ! প্ৰৱল বৃষ্টিপাতৰ ফলত মুম্বাই বৰ্তমান পানীৰ তলত!

Related Posts

আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
ক্ৰাইম

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2023
মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
চাইবাৰ যুদ্ধ! ৰাছিয়াৰ দ্বাৰা ইউক্ৰেইনৰ অফিচিয়েল ৱেবছাইট হেক
ক্ৰাইম

ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ!

September 29, 2023
চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
ক্ৰাইম

কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ

September 29, 2023
Next Post
অসমত সকাহ! প্ৰৱল বৃষ্টিপাতৰ ফলত মুম্বাই বৰ্তমান পানীৰ তলত!

অসমত সকাহ! প্ৰৱল বৃষ্টিপাতৰ ফলত মুম্বাই বৰ্তমান পানীৰ তলত!

মুখ্যমন্ত্ৰীয়ে একঁকাল পানীত বানপীড়িতৰ খবৰ লৈ থাকোতে ভূপেন বৰা ক’ত আছিল? কটাক্ষ দিগন্ত কলিতাৰ

মুখ্যমন্ত্ৰীয়ে একঁকাল পানীত বানপীড়িতৰ খবৰ লৈ থাকোতে ভূপেন বৰা ক’ত আছিল? কটাক্ষ দিগন্ত কলিতাৰ

‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে

'অগ্ৰদূত'ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8