- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আটক দুগৰাকী মহিলা।
- আটকাধীন মহিলা দুগৰাকীৰ বিৰুদ্ধে শিশু চুৰিৰ অভিযোগ।
- মহিলা দুগৰাকীয়ে GMCHৰ পৰা শিশু চুৰ কৰিবলৈ চেষ্টা কৰিছিল বুলি সন্দেহ কৰা হৈছে।
- GMCH নিৰাপত্তাৰক্ষীয়ে আটক কৰে দুয়োগৰাকী মহিলাক।
- ধৃত মহিলাদ্বয় বিজিতা দাস আৰু প্রমিলা ডেকা।
- ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে GMCH কৰ্তৃপক্ষই।