• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 22, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ
Share on FacebookShare on Twitter

দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চল, বিশেষকৈ চৰাঞ্চলসমূহৰ পৰা অসম মেঘালয় সীমান্তয়েদি প্ৰতিদিনেই পশুধন সৰবৰাহ হৈ আছে। সমান্তৰালভাৱে পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা অৱস্থাত বৃহস্পতিবাৰে পলাশবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এ এছ ০১ ডি.ডি ৪৩৭৫ নম্বৰৰ এখন ডিআই বাহনত পশ্চিম গুৱাহাটীৰ উমশ্ৰুত সাতটা গৰু জব্দ কৰে। লগতে গাড়ী চালক বাগান নতুন চিমিনা গাৱঁৰ আচিত আলিকো কৰায়ত্ত কৰিবলৈ সক্ষম হয়।সম্প্ৰতি গৰুসহ বাহনখন পলাশবাৰী থানাত ৰখা হৈছে।ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীয়ে ৪৮৪/২২ নম্বৰত গোচৰ ৰুজু কৰি চালকক সোধাপোচা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য মহানগৰীৰ পৰা কিছু নিলগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ, উমশ্ৰু, জিমিৰগাঁও আদি অঞ্চলৰ বিভিন্ন পথৰে দিনৰ পোহৰতে চাৰিচকীয়া লঘু বাহন ঘাইকৈ ডি.আই বা পিক আপ ভানৰে প্ৰায় নিয়মীয়াকৈ চোৰাংকৈ মেঘালয় হৈ বাংলাদেশলৈ কেনেকৈ কি পথৰে গৰু সৰবৰাহ হয় সেই বিষয়ে সময়ে সময়ে সংবাদ মাধ্যমত বিতংকৈ প্ৰকাশ পাইছিল।

Previous Post

মাইম একাডেমীত “মায়া বৰুৱা কিয় আহিছিল” নাট মঞ্চস্থ

Next Post

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

অবৈধ ভাৱে বাহনৰ পৰা ধন দাবী কৰি মহানগৰীত আটক এজন!

অৰুণাচলৰ টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8