• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নাৰেংগীৰ বোন্দাত ব্ৰহ্মপুত্ৰৰ পৰা মাটি সৰবৰাহ কৰা বাহন জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
নাৰেংগীৰ বোন্দাত ব্ৰহ্মপুত্ৰৰ পৰা মাটি সৰবৰাহ কৰা বাহন জব্দ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাৰেংগী খণ্ড বন বিষয়াৰ কাৰ্যালয়ে সোমবাৰে মাজনিশা বোন্দাত ব্ৰহ্মপুত্ৰৰ পৰা অবৈধ ভাৱে সৰবৰাহ কৰা অৱস্থাত এ এছ ২৫ চি চি ৭৩৯৯ নম্বৰৰ এখন ডি আই বাহন জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত খবৰ মতে, পানীখাইতিৰ দিশৰ পৰা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধ ভাৱে খনন কৰি মাটি সৰবৰাহ কৰিব বুলি গোপন সূত্ৰত জানিব পাৰি নাৰেংগীৰ খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বনকর্মীৰ দল নিশা ১০ মান বজাৰ পৰা বোন্দাত খাপ পিটি আছিল। মাজনিশা প্ৰায় ১২ মান বজাত ডি আই বাহন খন আহি পোৱাৰ পাছতেই বনকর্মীৰ দলটোৱে চালকসহ বাহনখন ৰখাবলৈ সক্ষম হয়। পাছত এই সন্দৰ্ভত এটা বিভাগীয় গোচৰ ৰজু কৰি আজি পুৱা জব্দ কৰা বাহনখন বশিষ্ঠস্থিত বন বিভাগৰ ডিপোট ৰখা হৈছে বুলি খণ্ড বন বিষয়া অসীম দাসে জানিবলৈ দিছে।

Previous Post

সাৱধান: দিল্লীত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণা

Next Post

ৰবীন্দ্ৰ ভৱনত প্ৰাক্তন নিৰ্বাচন আয়ুক্ত চন্দ্ৰ কুমাৰ শৰ্মাৰ জীৱনী মূলক গ্ৰন্থ “জীৱন এষনা” উন্মোচন

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
Next Post
ৰবীন্দ্ৰ ভৱনত প্ৰাক্তন নিৰ্বাচন আয়ুক্ত চন্দ্ৰ কুমাৰ শৰ্মাৰ জীৱনী মূলক গ্ৰন্থ “জীৱন এষনা” উন্মোচন

ৰবীন্দ্ৰ ভৱনত প্ৰাক্তন নিৰ্বাচন আয়ুক্ত চন্দ্ৰ কুমাৰ শৰ্মাৰ জীৱনী মূলক গ্ৰন্থ "জীৱন এষনা" উন্মোচন

এয়াৰটেল পেমেণ্ট বেংক আৰু ইণ্ডুচইণ্ড বেংকৰ অংশীদাৰী ত্বৰান্বিত

এয়াৰটেল পেমেণ্ট বেংক আৰু ইণ্ডুচইণ্ড বেংকৰ অংশীদাৰী ত্বৰান্বিত

যাত্ৰীবাহী বাছে মহটিয়ালে কলেজীয়া ছাত্ৰীক, থিতাতে নিহত

যাত্ৰীবাহী বাছে মহটিয়ালে কলেজীয়া ছাত্ৰীক, থিতাতে নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8