গুৱাহাটীৰ ৰাজগড়ত যুৱকৰ আত্মহত্যা। ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ জয়ন্ত নমশূদ্রৰ মৃতদেহ। উল্লেখ্য যে আত্মহত্যাৰ পূৰ্বে সমগ্র ঘটনা মোবাইলত ৰেক’ৰ্ড কৰিছিল জয়ন্তই। ABCৰ এখন বিউটী পাৰ্লাৰত কাম কৰিছিল জয়ন্তই। জয়ন্ত নমশূদ্রৰ নলবাৰীৰ বৰভাগৰ যুৱক আছিল বুলি জানিব পৰৈ গৈছে।