• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

খাবলৈ তিতা কিন্তু স্বাস্থ্যৰ বাবে মিঠা । জানো আহক উপকাৰিতা….

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in খাদ্যাভাস
1 min read
0
bitter gourd
Share on FacebookShare on Twitter

তিতা কেৰেলা খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী ।

তিতা কেৰেলাত পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে পোৱা যায় ।

যিয়ে তেজত থকা চুগাৰৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে ৷

তিতা কেৰেলাত থকা ‘চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ চুগাৰ কমায় ৷

তিতা কেৰেলাৰ উপকাৰিতাসমূহ-

  • তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি এ শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে । ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে
  • তেজৰ অপকাৰী কলেষ্টৰল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে ৷
  • কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷
  •  চৰ্মৰোগ চ’ৰিয়াচিচ আৰু একজিমাত তিতা কেৰেলা পিচি লগালে উপকৃত হয় ৷
  •  সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয় ৷
  • অকালতে চুলি পকা ৰোধ কৰে আৰু তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ কমাৰ লগতে চুলি সৰা বন্ধ হয় ।
  • তিতা কেৰেলাই সূৰ্য্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে ।
  • তিতা কেৰেলাই লিভাৰৰ টনিকৰ দৰে কাম কৰে । ভোক লগাত সহায় কৰে ৷
  • কলেৰা ৰোগৰ প্ৰাথমিক পৰ্যায়ত তিতা কেৰেলাৰ কোমল পাত বগা পিঁয়াজৰ সৈতে খোৱালে সুফল পোৱা যায় ।
Tags: bitter gourdhealth benefitsতিতা কেৰেলাস্বাস্থ্য
Previous Post

কি আছে বাজেটত? বাজেটৰ কেইটামান গুৰত্বপূৰ্ণ ঘোষণা, আহক পঢ়ো

Next Post

Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট

Related Posts

মেহবহুলতাৰ সমস্যা বৃদ্ধি পাইছে নেকি? প্ৰতিদিনে পিঁয়াজ খাওক
News

মেহবহুলতাৰ সমস্যা বৃদ্ধি পাইছে নেকি? প্ৰতিদিনে পিঁয়াজ খাওক

July 20, 2022
বাৰিষা বতৰত কি কি খাদ্য খাব আপুনি! কি কয় পুষ্টিবিদে
News

বাৰিষা বতৰত কি কি খাদ্য খাব আপুনি! কি কয় পুষ্টিবিদে

July 19, 2022
গ্ৰীষ্মকালত অধিক কণী খালে সমস্যাৰ সন্মুখীন হ’ব নেকি? জানো আহক।
News

গ্ৰীষ্মকালত অধিক কণী খালে সমস্যাৰ সন্মুখীন হ’ব নেকি? জানো আহক।

June 13, 2022
আপুনি দিনটোত কেইটা কণী খাব পাৰে? কণীৰ উপকাৰিতাবোৰ কি কি? আপুনি জানেনে?
স্বাস্থ্য

আপুনি দিনটোত কেইটা কণী খাব পাৰে? কণীৰ উপকাৰিতাবোৰ কি কি? আপুনি জানেনে?

June 1, 2022
নীলা চাহ খাওক! ১০০ % সু-স্বাস্থ্য অতুত থাকিব
News

নীলা চাহ খাওক! ১০০ % সু-স্বাস্থ্য অতুত থাকিব

May 30, 2022
উচ্চ ৰক্তচাপত ভুগি আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই! এতিয়া সমাধান আহি গ’ল
News

উচ্চ ৰক্তচাপত ভুগি আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই! এতিয়া সমাধান আহি গ’ল

May 27, 2022
Next Post
Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট

Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট

Road Accident

কৰুণ! একেদিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্বামী-পত্নীয়ে

rivers of gold

'Rivers of Gold':মহাকাশৰ পৰা সোণৰ দৰে জিলিকে আমাজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8