• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লিচু খাই ভাল লাগে! কি কি ৰোগ নিৰ্মূল কৰে জানে নে?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 26, 2022
in খাদ্যাভাস, সংবাদ, স্বাস্থ্য
1 min read
0
লিচু খাই ভাল লাগে! কি কি ৰোগ নিৰ্মূল কৰে জানে নে?
Share on FacebookShare on Twitter

তীব্ৰ গৰমত সুস্বাদু ফল বজাৰত উপলব্ধ হয়। যেনে- আম, তৰমুজ, জাম, কঁঠাল, লিচু ইত্যাদি। এই সময়ত বজাৰত যথেষ্ট পৰিমাণে পুষ্টিসমৃদ্ধ ফল দেখা পোৱা যায়। ইয়াৰে ভিতৰত, লেচু শিশুসকলৰ বিশেষকৈ প্ৰিয় ফল। কিন্তু, এই গৰমত শৰীৰৰ হাজাৰ হাজাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, পুষ্টিবিদসকলে সকলোকে প্ৰতিদিনে লিচু খাবলৈ পৰামৰ্শ প্ৰদান কৰি আহিছে। আপুনি জানেনে কিয় ?

১) লিচুত যথেষ্ট ভিটামিন-চি থাকে। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। লগতে, শৰীৰত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্য সৃষ্টি হয়।

২) লিচু গেষ্ট্ৰিক বা হজমৰ সমস্যা আঁতৰ কৰাত অতি কাৰ্যকৰী। ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে। যি কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰাত সহায় কৰে।

৩) লিচুত লিটচিটানিন এ-২ নামৰ এটা উপাদান থাকে। যি শৰীৰত যিকোনো ভাইৰাছ বিয়পাত প্ৰতিহত কৰাত সহায় কৰে।

৪) লিচুত থকা তামৰ পৰিমাণে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত যথেষ্ট কাম কৰে।

৫) লিচুত পটাছিয়ামৰ মাত্ৰা অতি উচ্চ আৰু ছডিয়ামৰ পৰিমাণ কম। যিউচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাতো অতি উপকাৰী।

৬) লিচুত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে ছালত বয়সৰ প্ৰভাৱ পেলাব নিদিয়ে। কোঁচ, ব্রণৰ দাগ আঁতৰাই ছালৰ সৌন্দৰ্য্য ঘূৰাই অনাত সহায় কৰে।

৭) লিচুত আঁহ থাকে। ই ওজন সোনকালে হ্ৰাস কৰাত সহায় কৰে। লিচুয়ে ডিহাইড্ৰেচনৰ সমস্যা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

Previous Post

বেংকৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত ধাৰ্য হ’ল নতুন নিয়ম

Next Post

মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ৩০ হাজাৰ বটল নিষিদ্ধ কফ চিৰাপ

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ৩০ হাজাৰ বটল নিষিদ্ধ কফ চিৰাপ

মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ৩০ হাজাৰ বটল নিষিদ্ধ কফ চিৰাপ

ৰকিবুল হুছেইনৰ পদত্যাগৰ বাতৰি এক ‘অপপ্ৰচাৰ’!

ৰকিবুল হুছেইনৰ পদত্যাগৰ বাতৰি এক 'অপপ্ৰচাৰ’!

৬ জুনৰ পৰা আৰম্ভ হ’ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন, নাথাকিব বিদেশী খেলুৱৈ

৬ জুনৰ পৰা আৰম্ভ হ'ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন, নাথাকিব বিদেশী খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8