অসমৰ শিল্পীয়ে এইবাৰ ৬টাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই আনিলে ৰাজ্যলৈ।
পূৰ্ণদৈৰ্ঘ কাহিনীচিত্ৰ আৰু অ-কাহিনীচিত্ৰ শাখা মিলি এই ৬টাকৈ বঁটা আজুৰিবলৈ সক্ষম হয়।
১. শ্ৰেষ্ঠ অসমীয়া ছবিঃ চন্দ্ৰ মুদৈ পৰিচালিত ‘ৰণুৱা’
২. শ্ৰেষ্ঠ মিছিং ছবিঃ দিলীপ দলে পৰিচালিত ‘ANU RUWAD’
3. শ্ৰেষ্ঠ পৰিৱেশ সংৰক্ষণমূলক ছবিঃ শান্তনু সেন পৰিচালিত ‘WATER BURIAL’
৪. শ্ৰেষ্ঠ শিক্ষামূলক ছবি ( অ-কাহিনীচিত্ৰ ): ৰুকচানা তব্বাচুম পৰিচালিত ‘APPLES AND ORRANGES’
৫. শ্ৰেষ্ঠ শব্দগ্ৰহণ ( location sound recording ) : দেৱজিৎ গায়ন পৰিচালিত খাছী ছবি : ‘LEWDUH’
৬) জুৰী বিশেষ উল্লেখ : প্ৰকাশ ডেকা পৰিচালিত জোনাকী পৰুৱা ( পূৰ্ণদৈৰ্ঘ কাহিনীচিত্ৰ )
Photo: Google