৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছে।
২০১৯ বৰ্ষৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ছবি ‘চিচোৰে’ই শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰে।
ইফালে ছবি মণিকৰ্ণিকা আৰু পংগাৰ বাবে কংগনা ৰানাৱটক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে।
মনোজ বাজপেয়ীৰ ছবি ‘ভোছলে’ আৰু ধনুষৰ ছবি অছুৰনৰ বাবে সংযুক্তভাৱে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা পল্লৱী যোশীক ছবি ‘তাছকেণ্ট ফাইলছ’ৰ বাবে দিয়া হয়।
‘কেছৰী’ ছবিখনৰ গীত ‘তেৰী মিট্টী’ৰ বাবে শ্ৰেষ্ঠ পুৰুষ প্লে’বেক ছিংগাৰৰ থিতাপ লাভ কৰে গায়ক বী-প্ৰাকে।
তলত দিয়া হৈছে 67th National Film Awardsৰ তালিকা
শ্ৰেষ্ঠ ফিচাৰ ছবি – Marakkar: Arabikadalinte Simham
শ্ৰেষ্ঠ হিন্দী ছবি: চিচোৰে (Chhichhore)
শ্ৰেষ্ঠ অভিনেতা: মনোজ বাজপেয়ী (Bhosle) আৰু ধনুষ (Asuran)
শ্ৰেষ্ঠ অভিনেত্ৰী: কংগনা ৰানাৱট (মনিকৰ্ণিকা আৰু পংগা )
শ্রেষ্ঠ পার্শ্ব অভিনেতা: বিজয় সেতুপতি
শ্রেষ্ঠ পার্শ্ব অভিনেত্ৰী: পল্লৱী যোশী
শ্ৰেষ্ঠ এডিটিং ছবি: Jersey (Telugu)
শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী: Resul Pookutty
শ্ৰেষ্ঠ স্ক্ৰীণপ্লে’ এডপটেড: গুমনামী
শ্ৰেষ্ঠ প্লে’বেক গায়িকা: ছাবনী ৰবিন্দ্ৰা, Bardo (Marathi)
শ্ৰেষ্ঠ প্লে’বেক গায়ক: বী প্ৰাক (তেৰী মিট্টী, কেছৰী)
শ্ৰেষ্ঠ একচন ডাইৰেকচন: Avane Srimannarayana (Kannada)
শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফী: মহৰ্ষি (Maharishi) (Telugu)
শ্ৰেষ্ঠ Spicial Effects : Marakkar: Lion of the Arabian Sea (Malayalam)
Special jury award : Oththa Seruppu Size 7 (Tamil)
Best lyrics: প্ৰভা বৰ্মা (Kolaambi) (Malayalam)
শ্ৰেষ্ঠ মিউজিক ডাইৰেকচন: D. Imman for Viswasam (Tamil)
শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড মিউজিক: প্ৰবুদ্ধা বেনাৰ্জী (Jyeshthoputro) (Bengali)
শ্ৰেষ্ঠ মেক-আপ আৰ্টিষ্ট: ৰঞ্জিত (Helen) (Malayalam)
শ্ৰেষ্ঠ Costume: সুজিত আৰু ছাই (Marakkar: Lion of the Arabian Sea) (Malayalam)
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন: আনন্দী গোপাল (Marathi)
শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী (Re-recordist of final mixed track): Oththa Seruppu Size 7 (Tamil)
শ্ৰেষ্ঠ স্ক্ৰীণপ্লে’ (Original): Jyeshthoputro (Bengali)
শ্ৰেষ্ঠ স্ক্ৰীণপ্লে’ (Adapted): গুমনামী (Bengali)
শ্ৰেষ্ঠ স্ক্ৰীণপ্লে’ (Dialogues): তাছকেণ্ট ফাইলছ (Hindi)
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী : জলীকট্টু (Jallikattu) (Malayalam)
শ্ৰেষ্ঠ শিশু শিল্পী : নাগা বিশাল (KD) (Tamil)
শ্ৰেষ্ঠ ডাইৰেকচন: সঞ্জয় পুৰন সিং চৌহান (Bahattar Hoorain) (Hindi)
শ্ৰেষ্ঠ শিশু ছবি: কস্তুৰী (Hindi)
শ্ৰেষ্ঠ ফিল্ম অন Environment: Water Burial (Monpa)
সামাজিক প্ৰসংগত নিৰ্মিত শ্ৰেষ্ঠ ছবি : আনন্দী গোপাল (Marathi)
Best Film on National Integration: তাজমহল (Marathi)
শ্ৰেষ্ঠ পপুলাৰ ছবি (Wholesome Entertainment): মহৰ্ষি (Telugu)
बेस्ट डेब्यू डायरेक्टर : Mathukutty Xavier for Helen (Malayalam)
Non-feature films
শ্ৰেষ্ঠ ছবি সমালোচক: ছহোনী চট্টাপাধ্যায় (Sohini Chattopadhyaya)
ছবিৰ ওপৰত লিখিত শ্ৰেষ্ঠ ছবি: A Gandhian Affair: India’s Curious Portrayal of Love in Cinema.
শ্ৰেষ্ঠ নন-ফিচাৰ এডিটিং: Arjun Saraya
অডিঅ’গ্ৰাফী (musical): ৰাধা
অন লোকেচন ছাইণ্ড ৰিকৰ্ডষ্টিট: Rahas
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী : সবিতা সিং (Sonsi)
শ্ৰেষ্ঠ ডাইৰেকচন: Knock Knock Knock
পৰিয়াককেন্দ্ৰিক শ্ৰেষ্ঠ ছবি: Oruu Pathira
শ্ৰেষ্ঠ ছৰ্ট ফিকচন : Custody
Special jury award : Small Scale Values
শ্ৰেষ্ঠ এনিমেচন: Radha
Best investigative : Jakkal
Best Exploration film: Wild Karnataka
শ্ৰেষ্ঠ এজুকেচন ছবি: Apples and Oranges
সামাজিক প্ৰসংগত নিৰ্মিত শ্ৰেষ্ঠ ছবি : Holy Rites (Hindi), Ladli (Hindi)
Best Environment Film: The Stork Saviours
শ্ৰেষ্ঠ প্ৰম’চনেল ছবি: The Shower
শ্ৰেষ্ঠ বায়’গ্ৰাফিকেল ছবি : Elephants do Remember
Best Ethnographic Film: Charan-Atva
Best debut director (Non-Feature film): Khisa
আৰু পঢ়কঃ https://headline8.in/as/in-news/6-national-cinema-award-to-assam/
Photo: Google