• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আনক হহুৱাই ভালপোৱা জনপ্ৰিয় কমেডিয়ানৰ মুখত এতিয়া হাঁহি, কিন্তু…কিয় ?

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in বিবিধ, মনোৰঞ্জন, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
kapil sharma
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাই সোমবাৰে পুনৰ অনুৰাগীক এটি সু-খবৰ দিয়ে ৷

তেওঁৰ সুখবৰটো ছ’চিয়েল মিডিয়াত ব্যক্ত কৰাৰ লগে লগে অনুৰাগীয়ে শুভকামনাৰে উপচাই পেলাই ছ’চিয়েল মিডিয়া৷মনোজ বাজপেয়ী, চাইনা নেহৱালৰ লগতে বহুকেইজন বলীউডৰ জনপ্ৰিয় অভিনেতাই অভিনন্দন জনাইছে কপিল শৰ্মাক।

দৰাচলতে সুখবৰটো হ’ল অভিনেতা কপিল শৰ্মা দ্বিতীয়বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ৷

Namaskaar 🙏 we are blessed with a Baby boy this early morning, by the grace of God Baby n Mother both r fine, thank you so much for all the love, blessings n prayers 🙏 love you all ❤️ginni n kapil 🤗 #gratitude 🙏

— Kapil Sharma (@KapilSharmaK9) February 1, 2021

এই সুখবৰটো কপিল শৰ্মাই আজি টুইটাৰ যোগে পোষ্ট কৰি জনায় যে ভগৱানৰ আশীৰ্বাদত তেওঁলোকে এটি পুত্ৰ সন্তান লাভ কৰিছে।

উল্লেখ্য, ইয়াৰ বাবে কপিল শৰ্মাই তেওঁৰ কামৰ পৰাও কিছুদিন  আঁতৰি থকাৰ লগতে কিছুদিনৰ বাবে তেওঁ কমেডী শ্ব’ৰ পৰাও বিৰতি লৈছে ।

তেওঁ কয় যে তেওঁ কিছু সময় নিজৰ পত্নী আৰু সন্তানৰ সৈতে কটাব বিচাৰিছে।

Tags: Kapil Sharma
Previous Post

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা

Next Post

NESAC আৰু ASSTC মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
MoU

NESAC আৰু ASSTC মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Union Budget

বাজেট ২০২১ৰ ২১টা বৃহৎ ঘোষণা; মাত্ৰ এটা ক্লিকত জানিব পাৰিব A to Z

Lurinjyoti-Gogoi

এইবাৰ কোনো শৰ্মা, কলিতা নাথাকিব..তেওঁলোকৰ সৈতে এইবাৰ থাকিব অবৈধ বাংলাদেশীঃ লুৰীণজ্যোতি গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8