• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০মিনিটত আলিয়াৰ পাৰিশ্ৰমিক ৯কোটি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in মনোৰঞ্জন, ৰাষ্ট্ৰীয়, সংবাদ
0
২০মিনিটত আলিয়াৰ পাৰিশ্ৰমিক ৯কোটি
Share on FacebookShare on Twitter

চৰ্চাত আলিয়া ভাট। এইবাৰ কিন্তু ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ প্ৰসংগ নহয়। আন এক সুকীয়া বিষয়েহে জোকাৰি গৈছে বলীউড। আলিয়াৰ সমান্তৰালকৈ প্ৰযোজক এছএছ ৰাজমৌলীৰ ‘আৰআৰআৰ’ চলচ্চিত্ৰখন বলীউডত বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৃহত্‍ বাজেটৰ ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ৭ জানুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু সমগ্ৰ ভাৰতত কৰ’নাভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব দাক্ষিণাত্যৰ তাৰকা ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰকে। বলীউড তাৰকা অজয় দেৱগন আৰু আলিয়া ভাটকো দুটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।
জানিবলৈ পোৱা মতে, ছবিখনত ২০ মিনিটৰ বাবেহে আলিয়াক দেখিবলৈ পাব দৰ্শকে। উল্লেখ্য যে, মাত্ৰ ২০মিনিটৰ উপস্থিতিৰ বাবে আলিয়াক বৃহৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ‘আৰআৰআৰ’ৰ বাবে আলিয়াৰ পাৰিশ্ৰমিক ৯কোটি। আনহাতে, এই ছবিখনৰ বাবে অজয়ে দেৱগণে পাৰিশ্ৰমিক লৈছে ৩৫ কোটি। এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ ৰাজামৌলীৰ ছবিখনৰ ওপৰত। বলীউড বক্স অফিছত ৰাজামৌলীৰ ছবিখনে দৰ্শকৰ মাজত কেনেধৰণে প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষ্যণীয়!

Previous Post

লাভলীনাক ধ্বংস নকৰিব: অখিল গগৈ

Next Post

IPLৰ কাউণ্টডাউন আৰম্ভ, হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
IPLৰ কাউণ্টডাউন আৰম্ভ, হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক!

IPLৰ কাউণ্টডাউন আৰম্ভ, হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক!

ৰাজ্যৰ প্ৰতিখন জিলাতে হ’ব ষ্টেডিয়ামঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ প্ৰতিখন জিলাতে হ’ব ষ্টেডিয়ামঃ মুখ্যমন্ত্ৰী

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8