• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

The Radio Guy’ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2021
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, মনোৰঞ্জন, সংবাদ
1 min read
0
The Radio Guy’ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”
Share on FacebookShare on Twitter

শুভমুক্তি পালে সমুজ্জ্বল কাশ্যপ পৰিচালিত চুটি ছবি “Simple ছোৱালী”।

কে চি ডিজিটেল ফিল্মচৰ প্ৰতিবেদনত শুভ মুক্তি পোৱা চুটি ছবি খন এতিয়া ইউটিউব চেনেলত উপলব্ধ হৈছে।

Simple Suali
BTS Scene

ছবি খনৰ মুখ্য় চৰিত্ৰত অভিনয় কৰিছে দুগৰাকীকে কণ্ঠশিল্পী ক্ৰমে, দিক্ষু আৰু ৰিচা ভৰদ্বাজ।

“Simple ছোৱালী” চুটি ছবি খনত পোন প্ৰথম বাৰৰ বাবে অভিনয় কৰিছে ৰিচা ভৰদ্বাজে।

ছবিখনৰ কাহিনী ৰচনা কৰিছে- হৰ্ষ সিদ্ধান্তই।

ছবি খন গৌতম মজুমদাৰৰ দ্বাৰা সম্পাদিত।

Simple Suali
BTS Scene

লগতে, ছবি খনৰ সংগীত পৰিচালনা কৰিছে- হৰজিত দিয়াজে।

ছবি খন নিৰ্মাণ কৰা সময়চোৱাত ৰূপ-সজ্জা কৰিছে- বিজেতা পাটগিৰিয়ে।

ছবি খনৰ পোষ্টাৰ ডিজাইন কৰিছে- ইশান হাজৰিকাই।

৫ দিনৰ ভিতৰতে, ৬৫ হাজাৰতকৈয়ো অধিক ভিউ পাবলৈ সক্ষম হৈছে সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

Tags: assamese film industryAssamese Short Filmsimpal suwali
Previous Post

গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয়ঃ ৰাইজৰ দল

Next Post

ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

গুৱাহাটীৰ এন চি চিৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেম বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদলৈ নিৰ্বাচিত

গুৱাহাটীৰ এন চি চিৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেম বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদলৈ নিৰ্বাচিত

বেদখলকাৰীৰে ভৰি পৰিছে দিশপুৰ সমষ্টি,শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান

বেদখলকাৰীৰে ভৰি পৰিছে দিশপুৰ সমষ্টি,শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8