• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

নিউজ ডেস্ক by নিউজ ডেস্ক
January 25, 2023
in মনোৰঞ্জন, অসম, ৰাষ্ট্ৰীয়
1 min read
0
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
Share on FacebookShare on Twitter

আজি মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি ‘পাঠান’। তীব্ৰ বিৰোধ–বিতৰ্ক–বয়কট ট্ৰেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখৰ ‘পাঠান’। শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনত সহযোগী হিচাপে অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই। উল্লেখযোগ্য যে ২০১৬ চনত মুক্তিলাভ কৰা আশুতোষ গোৱাৰিকাৰৰ ‘মহেঞ্জ’দাৰো’ ছবিখনৰ জৰিয়তে বলীউদত খোজ পেলাইছিল দিগন্তই। ঋত্বিক ৰোশনৰ লগত অভিনয় কৰাৰ পিছত এইবাৰ বলীউদৰ কিং খানৰ সৈতে দেখা যাব দিগন্তক। বলীউদৰ ছবিত অসমৰ দিগন্তৰ অভিনয় চাবলৈ উৎসুক অসমৰ ছবিপ্ৰেমীসকল।

মুক্তিৰ পূৰ্বেই ‘পাঠান’ ছবিখনে সৃষ্টি কৰিছে অভিলেখ। ‘পাঠান’ৰ কোটি কোটি টকাৰ টিকট মুক্তিৰ পূৰ্বে অনলাইনত বুকিং হৈছে। জানিব পৰা মতে, একাংশ ছবিগৃহত মুক্তিৰ দিনাই অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰা ‘পাঠান’ৰ দৰ্শনী ৰখা হৈছে। ‘পাঠান’ৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল। ‘পাঠান’ ছবিখনত অভিনয় কৰিছে শ্বাহৰুখ খানৰ লগতে দীপিকা পাডুকণ, জন আব্ৰাহাম, ছলমান খান, ডিম্পল কাপাডিয়া, আশুতোষ ৰাণা, সিদ্ধান্ত ঘেগাদমাল, গৌতম ৰোডে আদি তাৰকাই।

Previous Post

গুজৰাটৰ ভ্ৰমণসূচী সামৰি অসমলৈ ঘূৰিল পাঁচ বিধায়ক-বিষয়াৰ দল

Next Post

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8