• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শ্ৰব্য এলবাম ‘নিশিগন্ধা’ মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
November 22, 2022
in মনোৰঞ্জন, গুৱাহাটী
1 min read
0
শ্ৰব্য এলবাম ‘নিশিগন্ধা’ মুকলি
Share on FacebookShare on Twitter

অসমীয়া আধুনিক গীতৰ জগতত নৱতম সংযোজন হিচাপে বলিউডৰ সংগীত জগতত নতুনকৈ খোজ পেলোৱা অসমৰ প্ৰতিভাৱান সংগীত পৰিচালক দীপাংকৰ অমৃতৰ সুৰ, সংগীত পৰিচালনা আৰু অমৃত মিউজিকৰ প্ৰযোজনাত নিৰ্মিত ‘নিশিগন্ধা’ নামৰ অসমীয়া গীতৰ নতুন এলবাম এটা দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয়।

ডানিছ আহমেদে আঁত ধৰা আৰু বহু বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে যশস্বী সংগীতজ্ঞ লোকনাথ গোস্বামী, হিৰণ শইকীয়া লহকৰ, ৰুমি শৰ্মা বৰঠাকুৰ, আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা। আনহাতে এই এলবামটোৰ গীতকেইটাক কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু, ৰূপম ভূঞা আৰু মধুস্মিতা বৰঠাকুৰে। চাৰিটা গীত সন্নিৱিষ্ট এই এলবামটোৰ ‘নিয়ৰৰ মুকুতা‘ আৰু ‘তোমাৰ সজল’ শীৰ্ষক গীত দুটা কথাৰে সজাইছে অসমীয়া সাহিত্য ক্ষেত্ৰৰ পৰিচিত লেখিকা হিৰণ শইকীয়া লহকৰে, আন এটি গীত ‘নিশিগন্ধা’ কথাৰে সজাইছে গীতাশ্ৰী দেৱীয়ে। পৰীক্ষামূলক ভাৱে ‘নিশিগন্ধা’ গীতটো দুটা শৈলীত উপস্থাপন কৰা হৈছে।

গুৱাহাটীৰ এম কে ডিজিটেল, জিৰো ডি বি আৰু মুম্বাইৰ ষ্ট্ৰিংচ ৰেকৰ্ডিং ষ্টুডিঅ‘ত বাণীবন্ধন কৰা এলবামটোৰ সংগীত আয়োজন ক্ৰমে প্ৰীতম দত্ত, মানস বৰঠাকুৰ আৰু বিভূতি গগৈৰ। সংগীত শিল্পীসকল হল – মেণ্ডোলিনত দিগন্ত শৰ্মা, চেটাৰত অস্থীকা গোৱেল, গীতাৰত কন্দৰ্প কলিতা, বেচ গীতাৰত হিমাংশু বৰুৱা আৰু বিশ্বজিত চক্ৰৱৰ্তী, পিয়ানোত মুনু অনোৱাৰ হুছেইন, বাঁহীত ভাস্কৰজ্যোতি কলিতা। শব্দ সংমিশ্ৰণ গিৰীশ শইকীয়াৰ। নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী গীতকেইটাই শ্ৰোতাৰ মন জয় কৰিব পাৰিব বুলি আশা কৰা হৈছে।

Previous Post

পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ নতুন মোৰ

Next Post

অসম-মেঘালয় সীমান্তৰ মুক্ৰোহত গুলীচালনাৰ ঘটনা, মৃত্যু ৬ জনৰ

Related Posts

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান
ৰাজনীতি

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

June 6, 2023
Next Post
অসম-মেঘালয় সীমান্তৰ মুক্ৰোহত গুলীচালনাৰ ঘটনা, মৃত্যু ৬ জনৰ

অসম-মেঘালয় সীমান্তৰ মুক্ৰোহত গুলীচালনাৰ ঘটনা, মৃত্যু ৬ জনৰ

হেলমেটৰ বাবে গীনিজ বুকত নাম লিখিলে অৰুণাচলে!

হেলমেটৰ বাবে গীনিজ বুকত নাম লিখিলে অৰুণাচলে!

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

সোণাৰিত ড্ৰাগছসহ ২০ বছৰীয়া যুৱতী আটক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8