• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘লভিতা’ৰ দৰ্শনী বন্ধ কৰিবলৈ বাধ্য হ’ল আৱাহন থিয়েটাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 15, 2022
in মনোৰঞ্জন, অসম
1 min read
0
‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা
Share on FacebookShare on Twitter

আৱাহান থিয়েটাৰে অৱশেষত ‘লভিতা’ নাটকৰ দৰ্শনী বন্ধ কৰিলে।  ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পিছত থিয়েটাৰ কৰ্তৃপক্ষই নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰে অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে।

ছচিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে প্ৰস্তুতি পৰাশৰে জনায় যে অসমবাসী, সকলো দল–সংগঠন, সাংস্কৃতিক কৰ্মী তথা সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি আৱাহান থিয়েটাৰৰ দৰ্শনীৰ পৰা ‘লভিতা’ নাটকখন পৰিৱেশন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰস্তুতিয়ে কয়, ‘‘ৰাইজৰ ঊৰ্ধ্বত কোনো নহয়, আমি সাংস্কৃতিক কৰ্মী হিচাপে ধূলিকণা মাত্ৰ। আমাৰ চেষ্টা আছিল চিৰনমস্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাৰ অনুপ্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সেই সময়খিনিক ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰাৰ। আমাৰ উদ্দেশ্য কেতিয়াও ৰূপকোঁৱৰজনাৰ সৃষ্টিক বিকৃত কৰাৰ নাছিল আৰু ভৱিষ্যতেও নাথাকিব। বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ ধৃষ্টতা আমাৰ নাই। সেয়েহে আপোনালোকৰ অনুৰোধ, দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানক গুৰুত্ব সহকাৰে লৈ এই নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’’

প্ৰস্তুতিয়ে পুনৰ দোহাৰে যে বিতৰ্ক সৃষ্টিৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৱাৰৱালাৰ অমৰ সৃষ্টিক বিতৰ্কৰ মাজলৈ নিয়াৰ অভিপ্ৰায় আমাৰ নাছিল আৰু আগলৈও নাথাকিব। আমি মাত্ৰ এটি প্ৰয়াস কৰিছিলোঁ, যদি আমাৰ এই প্ৰয়াসত ভুল–ত্ৰুটি ৰৈ গৈছে তেন্তে আমাৰ এই সৎ উদ্দেশ্য তথা চেষ্টাক মাৰ্জনা কৰিব বুলি আমি আশা কৰিলোঁ।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

বৰঝাৰ বিমানকোঠত বন্যপ্ৰাণী সপ্তাহ পালন

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
বৰঝাৰ বিমানকোঠত বন্যপ্ৰাণী সপ্তাহ পালন

বৰঝাৰ বিমানকোঠত বন্যপ্ৰাণী সপ্তাহ পালন

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

গুৱাহাটীৰ চিটী বাছলৈ পৰিবহণ বিভাগৰ নিৰ্দেশনা

গুৱাহাটীৰ চিটী বাছলৈ পৰিবহণ বিভাগৰ নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8