• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃষ্ণমৃগ চিকাৰ প্ৰসংগঃ যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা চলমান খানৰ ৰেহাই

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in ক্ৰাইম, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
Black Buck
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে কৃষ্ণমৃগ চিকাৰ প্ৰসংগ সন্দৰ্ভত যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা বলীউড অভিনেতা চলমান খানে বৃহৎ ৰেহাই পায়।

চলমান খানৰ বিৰুদ্ধে মিছা সাক্ষী দাখিল কৰাক লৈ ৰাজ্য চৰকাৰৰ ৩৪০ৰ প্ৰাৰ্থনা পত্ৰ আদালতে খাৰিজ কৰি দিছিল।

ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চলমান খানৰ বিৰুদ্ধে জাৰি কৰা আৱেদন নিম্ন আদালতে খাৰিজ কৰি দিছিল।

চলমান খানৰ অধিবক্তা হস্তিমল শাৰশ্বটে ক’লে-

‘যোধপুৰ জিলা আৰু সত্ৰ আদালত এখন তথ্য জাননীত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দাখিল কৰা দুয়োখন আৱেদন খাৰিজ কৰি দিছে।

আমি ২০০৬ বৰ্ষত এই প্ৰশ্নৰ উত্তৰ দিছিলো যে ভুল এফিডেবিট দাখিল কৰা হোৱা নাছিল আৰু এনে আৱেদন চলমান খানৰ ইমেজ নষ্ট কৰিবলৈ লগোৱা হৈছে।’

কৃষ্ণমৃগ চিকাৰ ঘটনাটো হ’ল?
২০১৮ত এখন নিম্ন আদালতে ১৯৯৮ৰ অক্টোবৰত ছবি ‘হম সাথ সাথ হ্য়ে’ শ্বুটিঙৰ সময়ছোৱাত দুটা কৃষ্ণমৃগক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল আৰু তেওঁক ৫ বছৰৰ শাস্তিও বিহা হৈছিল।

অভিনেতাগৰাকীয়ে নিম্ন আদালতত সিদ্ধান্তক সত্ৰ আদালতত প্ৰত্যহ্বান জনাইছিল।

তেওঁৰ লগত কাংকানীত উপস্থিত থকা চলমান খানৰ সহ-অভিনেতা ছেঈফ আলী খান, তাব্বু, নীলম আৰু সোণালী বেন্দ্ৰেক ৰেহাই দিয়া হৈছিল।

Photo: Google

Tags: Salman KhanSession Courtকৃষ্ণমৃগ চিকাৰচলমান খানসত্ৰ আদালত
Previous Post

কেন্দ্ৰই কৰে কিন্তু টুইটাৰ কৰ্তৃপক্ষই নকৰে, প্ৰসংগ কি ?

Next Post

পুনৰ অসমৰ ভূমিত নগাৰ আধিপত্য;  উঠাই দিয়া হ’ল নগাই দিয়া জেওৰা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
নগা

পুনৰ অসমৰ ভূমিত নগাৰ আধিপত্য;  উঠাই দিয়া হ’ল নগাই দিয়া জেওৰা

mummy

বিশ্বৰ বাবে এক ৰহস্য ২০০০ বছৰীয়া জিন হুই, কোন এই জিন হুই?

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8