• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জে’ললৈ যাব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 6, 2022
in মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
জে’ললৈ যাব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ!
Share on FacebookShare on Twitter

জে’ললৈ যাবলগীয়া হব পাৰে বলিউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ! প্ৰৱঞ্চকৰ জালত পৰি এতিয়া থৰকাচুটি হেৰুৱাইছে অভিনেত্ৰীগৰাকীয়ে। সুকেশ চন্দ্ৰশেখৰ নামৰ এটা প্ৰৱঞ্চকৰ সৈতে অন্তৰংগ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰা জেকলিনে এতিয়া তদন্তকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া এক পৰিস্থিতিৰ সন্মুখীন হৈছে। ইডিয়ে জেকলিনৰ পৰা জব্দ কৰিছে ৭ কোটি টকীয়া এক ফিক্সড ডিপোজিট। প্ৰৱঞ্চক চন্দ্ৰশেখৰে ২০০ কোটি প্ৰৱঞ্চনাৰে সৰকাই তাৰে ৫.৭১ কোটি টকা দিছিল জেকলিনক। কেৱল সেয়াই নহয়, চন্দ্ৰশেখৰে জেকলিনক দিছিল কোটি টকা মূল্যৰ ঘোঁৰা, মেকুৰী আৰু বহু মূল্যবান উপহাৰ।

জেকলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলিও এসময়ত চৰ্চিত হোৱা চন্দ্ৰশেখৰ ২০০ কোটি টকীয়া এক প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত হৈ জে’ললৈ যোৱাৰ পিছতে বিপদত পৰিল জেকলিন। পূৰ্বে বহু কেইবাৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰ চমুকৈ ইডিৰ জেৰাৰ সন্মুখীন হৈছে জেকলিন। ইয়াৰ মাজতে জেকলিনৰ পৰা ইডিয়ে জব্দ কৰিছে ৭ কোটি টকীয়া এক ফিক্সড ডিপোজিত।

উল্লেখ্য যে, চন্দ্ৰশেখৰে ‘ৰেনবক্সি’ৰ প্ৰাক্তন স্বত্বাধিকাৰী ছিবিন্দৰ সিঙৰ পৰিয়ালৰ পৰা প্ৰৱঞ্চনাৰে সৰকাইছিল ২০০ কোটি টকা। এই ছিবিন্দৰ সিঙো অবৈধ ধনৰ লেনদেনৰ গোচৰত ২০১৯ ত জেললৈ যাবলগীয়া হৈছিল। ইয়াৰ পিছতে ছিবিন্দৰৰ পত্নীৰ অদিতি সিঙৰ পৰা ২০০ কোটি টকা সৰকাইছিল চন্দশেখৰে। জেলত থকা ছিবিন্দৰক মুকলি কৰি অনাৰ বাবে লৈছিল সেই ২০০ কোটি। কিন্তু ছিবিন্দৰক জে’লৰ পৰা উলিয়াই আনিবলৈ সক্ষম নোহোৱাৰ বাবে অদিতি সিঙে চন্দ্ৰশেখৰ বিৰুদ্ধে গোচৰ দিয়ে। ইয়াৰ পিছতে ইডিয়ে চন্দ্ৰশেখৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে আৰু চন্দ্ৰশেখৰে বলিউডৰ বহু কেইগৰাকী অভিনেত্ৰীৰ লগত ধনৰ লেনদেন কৰাৰ তথ্য লাভ কৰে।

এইসকল অভিনেত্ৰীৰ মাজৰ এগৰাকী হৈছে জেকলিন। কেৱল জেকলিনকে নহয় চন্দ্ৰশেখৰে জেকলিনৰ পৰিয়ালৰ লোককো দিছিল বহু টকাৰ উপহাৰ। অদিতি সিঙৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা চন্দ্ৰশেখৰৰ পৰা কোটি টকীয়া উপহাৰৰ উপৰিও ধন লৈ এতিয়া বিপদত পৰিছে জেকলিন।

Previous Post

উত্তৰ-পূৱৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আয়ুষ্মান খুৰানাৰ ANEK চিত্ৰগৃহত

Next Post

মাত্ৰ ১০ মিনিটত আপোনাৰ হতাশা দূৰ হব! যদিহে এই কাম কৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
মাত্ৰ ১০ মিনিটত আপোনাৰ হতাশা দূৰ হব! যদিহে এই কাম কৰে

মাত্ৰ ১০ মিনিটত আপোনাৰ হতাশা দূৰ হব! যদিহে এই কাম কৰে

ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত আৰক্ষী বিভাগলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এজন ব্যক্তিক এবাৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পিছত দ্বিতীয় শুনানি গ্ৰহণ কৰা নহয়ঃ গুৱাহাটী উচ্চ ন্যায়ালয়

চোৰাংচোৱা! সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড আলফা স্বাধীনৰ

চোৰাংচোৱা! সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড আলফা স্বাধীনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8